• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোটিৰ ওচৰত! যোৱা জুন পৰ্যন্ত ভাৰতীয় নাগৰিকত্ব এৰা লোকৰ সংখ্যা জানিলে স্তম্ভিত হ’ব আপুনি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 22, 2023 2:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত সময়ত লকডাউনৰ বছৰটোত ৮৫ হাজাৰ ২৫৬ ভাৰতীয়ই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছিল। আনকি চলিত বৰ্ষৰ জুন মাহত সেই সংখ্যা ৮৭,০২৬ হাজাৰ। এই বছৰটোক ব্যতিক্ৰম বুলি ক’বই লাগিব। কাৰণ ২০১১ চনৰ পৰা ২০২৩ চনৰ জুন মাহলৈকে দেশৰ নাগৰিকত্ব এৰি যোৱা লোকৰ সংখ্যা লক্ষাধিক। যোৱা এটা যুগত এই সংখ্যা ১৭.৫০ লাখলৈ বৃদ্ধি পাইছে।

শুকুৰবাৰে লোকসভাৰ অধিৱেশনত সদনত দিয়া লিখিত উত্তৰত এই কথা উল্লেখ কৰে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক: অসুস্থ মণিপুৰ! সেইদিনটোতে আৰু দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ

Apply Now

ইপিনে, এই দিনটোতে জয়শংকৰে জনায় যে ২০২২ চনত ২,২৫,৬২০ জন লোকে, ২০২১ চনত ১,৬৩,৩৭০ জন, ২০২০ চনত ৮৫,২৫৬ জন, ২০১৯ চনত ১,৪৪,০১৭ জন, ২০১৮ চনত ১,৩৪,৫৬ জন, ২০১৭ চনত ১,৩৩,০৩৯ জন লোকে ভাৰতীয় নাগৰিকত্ব এৰি গৈছে।

ইয়াৰ পূৰ্বে ২০১৬ চনত ১,৪১,৬০৩ জন আৰু ২০১৫ চনত ১,৩১,৪৮৯ জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১৪ চনত এই সংখ্যা আছিল ১,২৯,৩২৮ আৰু ২০১৩ চনত ১,৩১,৪০৫। আনহাতে, ২০১২ চনৰ পৰিসংখ্যা অনুসৰি ১,২০,৯২৩ জন আৰু ২০১১ চনত ১,২২,৮১৯ জন লোকে নাগৰিকত্ব এৰিছিল।

লগতে পঢ়ক: ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া; অভিযানত উদ্ধাৰ টকাৰ পাহাৰ, চলি আছে সম্পত্তিৰ হিচাপ

এতিয়া প্ৰশ্ন উত্থাপন হ’ব পাৰে যে কিয় ইমানবোৰ মানুহে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। উল্লেখ্য যে ভাৰতে দ্বৈত নাগৰিকত্বক স্বীকৃতি নিদিয়ে। অৰ্থাৎ ভাৰতীয় নাগৰিকত্ব থাকিলে আন দেশৰ নাগৰিকত্ব ল’ব নোৱাৰি। এনে পৰিস্থিতিত কৰ্মজীৱনৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক, অন্য দেশৰ নাগৰিকত্ব ল’ব বিচাৰিলে দেশীয় নাগৰিকত্ব ত্যাগ কৰিব লাগিব।

আনহাতে, দ্বৈত নাগৰিকত্ব থকাৰ বহু সমস্যাও আছে। যাৰ এক জ্বলন্ত উদাহৰণ আমাৰ চুবুৰীয়া দেশ পাকিস্তান। দেশখনত এতিয়াও দ্বৈত নাগৰিকত্বক স্বীকৃতি দিয়া হয়। আৰু সেইবাবেই দেশৰ বাবে ই এক উদ্বেগৰ বিষয় হৈ পৰিছে। ইয়াত দেশৰ সম্পদ অতি সহজে বিদেশলৈ লৈ যোৱা হৈছে।

লগতে পঢ়ক: মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ বিবৃতিত কয়, ‘যোৱা দুটা দশকত বিশ্বব্যাপী কৰ্মসংস্থাপন বিচৰা ভাৰতীয় নাগৰিকৰ সংখ্যা যথেষ্ট হৈছে। তেওঁলোকৰ বহুতেই ব্যক্তিগত সুবিধাৰ বাবেই বিদেশী নাগৰিকত্ব বাছি লৈছে।” তেওঁ লগতে কয় যে বিদেশত ভাৰতীয় সম্প্ৰদায় জাতিৰ বাবে এক সম্পদ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd