• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

ৰিতুপৰ্ণ কোঁৱৰ by ৰিতুপৰ্ণ কোঁৱৰ
January 31, 2023 2:55 pm
Adani
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ষ্টেট বেংক(SBI) আৰু জীৱন বীমা নিগমৰ (LIC) গ্ৰাহক সকলে নিজৰ নিজৰ আসনৰ বেল্ট ভালদৰে বান্ধি লওক। কাৰণ, বিশ্বগুৰুৰ অতিকৈ প্ৰিয় আৰু শক্তিশালী “মোডানি”(Modani) জাহাজ ডুবিবলৈ ধৰিছে! ইপিনে বতৰো ভাল নহয়। চিন্তা নকৰিব, নিজেই নিজৰ পকেটৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰক! বোলে সাৱধানীৰ মৰণ নাই! লগতে সৰ্বসাধাৰণ নাগৰিকেও নিজৰ পকেটৰ ওজনৰ ওপৰত নিজেই চকু ৰাখক!

“Titanic” জাহাজ Iceberg ত খুন্দা মাৰি ডুব যোৱাৰ দৰে “Modani” জাহাজো কিবা নতুন ”Hindenberg” ত খুন্দা মাৰি ডুবাৰ সম্ভাৱনাই দেখা দিছে! Modani জাহাজে প্ৰায় ৪১৩ বিধ অস্ত্ৰ আৰু মিছাইলেৰে Hindenberg ক প্ৰত্যাক্ৰমণ কৰি যাত্রা পথৰ পৰা আঁতৰাই পঠিয়াব বিচাৰিলেও সফল হোৱা নাই। বৰঞ্চ “Hindenberg” বোলাটোৱে হেনো ওলোটাই Modani জাহাজক একপ্ৰকাৰ দেশপ্ৰেম আৰু জাতীয় পতাকাক “আৱেগিক ব্ৰহ্মাস্ত্ৰ” হিচাপে ব্যৱসায়িক যুদ্ধত প্ৰয়োগ নকৰিবলৈহে চৰম সকীয়নি দিছে।

Apply Now

লগতে এই নতুন berg টোৱে হেনো কৈছে যে Fraud is Fraud, it cannot be Obfuscated by Nationalism. যি দেখিছোঁ এইটো শেনৰ এজাত দেই!! সঁচাকৈয়ে আজিৰ যুগৰ কি বিচিত্র যুদ্ধ!! সকলো দেখোন আমাৰ মূৰৰ ওপৰেদি বুজি নোপোৱাকৈয়ে পাৰ হৈ গৈছে!!

শেষত SBI আৰু LIC গ্ৰাহক সকলৰ উপৰিও দেশৰ সৰ্বসাধাৰণ ৰাইজে এই ডুবন্ত জাহাজৰ লগতে বিশ্বগুৰুৰ মান-সন্মান ৰক্ষাৰ বাবে তথা উদ্ধাৰ কৰাৰ নিমিত্তে যুদ্ধং দেহী ৰূপত নিজৰ পকেটৰ ওজন কমাবলৈ সাজু হওঁক!!

আনহাতে, আমাৰ স্থানীয় “কালপ্ৰবাহ” পঞ্জিকাৰ একাংশ অৰ্থনৈতিক জ্যোতিষীয়ে কেইদিনমানৰ আগতেই ভৱিষ্যত বাণী কৰিছিল যে এই বৰ্ষত এখন ডুবন্ত জাহাজক উদ্ধাৰৰ বাবে হয়তো দেশবাসীয়ে নিমাতী পেহীৰ বৈধ পকেটমাৰৰ উৎপাতৰ ভুক্তভোগী হোৱাৰ সম্ভাৱনাও আছে!!

ইয়াৰোপৰি, আমাৰ ছিণ্ডিকেটপুৰতো আমাৰ শিৰোমণি সকল বহি এই Hindenberg টোক কেনেকৈ বশ কৰিব পাৰি বা পথৰ পৰা আঁতৰাব পাৰি তাৰ ওপৰত গভীৰ আলোচনা কৰিছে। ছিণ্ডিকেটপুৰৰ বিশ্বস্ত সূত্রে জানিব পৰামতে তেওঁলোকে বিষয়টোৰ ওপৰত গৱেষণা কৰি এটা সমাধান দিবলৈ অলপ সময় বিচাৰিছে!! কাৰণ, তেওঁলোকৰ সৰহসংখ্যক বিভূতিয়েই যোৱা কিছুদিন ধৰি “বাঘ” আছিল নে নাই তাৰ গৱেষণাত হে ব্যস্ত আছিল!! গতিকে, berg ৰ ওপৰত সময় লাগিবই দিয়কচোন!!

বাকী নিৰন্তৰে দেখহ.. শুনহ…

 

ৰিতুপৰ্ণ কোঁৱৰ

ৰিতুপৰ্ণ কোঁৱৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd