DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ: মুখ্যমন্ত্ৰীলৈ দোভাগ নিশা ফোন বলীউড বাদশ্বাহৰ

মানস জ্যোতি বৰুৱা by মানস জ্যোতি বৰুৱা
January 22, 2023 7:25 pm
Shah Rukh Khan's phone call to Assam CM
115
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ বহুচৰ্চিত ছবি, চুপাৰষ্টাৰ শ্বাহৰুখ খান অভিনীত ‘পাঠান’ বিতৰ্কই দেশজুৰি বতাহ গৰম কৰি ৰখাৰ সমান্তৰালকৈ শেহতীয়াকৈ স্পৰ্শ কৰিছে অসমকো। শেহতীয়াকৈ মহানগৰত এক হিন্দুত্ববাদী সংগঠনৰ সদস্যই পাঠানৰ পোষ্টাৰ ফালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চিনেমাখন প্ৰদৰ্শন কৰা চিনেমা হল ভাঙি দিয়াৰো হুংকাৰ দিছিল।

এনে বিতৰ্কৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত পাঠান সন্দৰ্ভত মন্তব্য কৰোঁতে ‘কোন শ্বাহৰুখ খান’ বুলি প্ৰশ্ন কৰিছিল। লগতে মুখ্যমন্ত্ৰী শৰ্মাই এতিয়ালৈকে শ্বাহৰুখ খানে তেওঁক ফোন কৰা নাই বুলি মন্তব্য কৰি কিবা প্ৰয়োজন হ’লে বলীউড বাদশ্বাহ খানে নিজেই ফোন কৰিব বুলিও মন্তব্য কৰিছিল।

আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বাহৰুখ খানে নিশা ২ বজাত তেওঁক ফোন কৰা বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীৰ পোষ্টৰ পাছতে সামাজিক মাধ্যমত একাংশ লোকে হাস্যৰসাত্মক মন্তব্য কৰা পৰিলক্ষিত হৈছে। ফেচবুকত এনে এক হাস্যমধুৰ পোষ্ট দিছে মানস জ্যোতি বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে।

মানস জ্যোতি বৰুৱাৰ ফেচবুক পোষ্টটো তলত সংলগ্ন কৰা হৈছে:

“বলৌ বলৌ ভাৰত মাতা কি জয়”-” বলৌ বলৌ ভাৰত মাতা কি জয়”…..
দোভাগ নিশা হঠাৎ এনেদৰেই বাজি উঠিল ছাৰৰ ফোনটোৰ ৰিংটন।
উস্।অসহ্যকৰ।
লেপৰ তলতেই লাহেকৈ বাগৰ সলাই ফোনটো চালে। অচিনাকি নম্বৰ। ৰিংটনতো মিউট কৰি ছাৰ শুই দিলে।পিছে,টোপনি নাহিলেই।আকৌ..
“বলৌ বলৌ ভাৰত মাতা কি জয়”,”বলৌ বলৌ ভাৰত মাতা কি জয়” – বাজি উঠিল ছাৰৰ ফোনটো।
হেল্ল’
একপ্ৰকাৰ টানকৈয়ে ছাৰে কʼলে।
ছাৰ জি,ছাৰ জি,মে শ্বাহৰুখ খান বʼল ৰহা হু।
হু! কৌন চাহৰুখ খান?
ছাৰ মে মে! মে শ্বাহৰুখ খান
আচ্ছা,হামাৰে কমিছনাৰ আদিল খান কে ভাই হে কিয়া?
নেহী নেহী ছাৰ। মে এক্টৰ শ্বাহৰুখ খান। মুম্বাই মে ৰেহনেৱালা। ৱৌ জো বাজিগৰ,দিলৱালে দুলহনীয়া লে জায়েংগে,দেৱদাস…
আচ্ছা- আচ্ছা, শুনা শুনা লাগা হে।ঠিক হে বৌল,ইত্নি ৰাতকো কিয়া হুৱা?
ছাৰ, একছূৱেলি মেৰা এক মভি আ ৰহা হে, পাঠান বোলকে।
হা হা। কাল চুঙা পাৰ্টী মুঝে পুছা থা।
হা ছাৰ। একছুৱেলি মেনে য়ে ফোন আপকো পেহলি হি কৰনা চাহিয়ে থা। গলটি হো গয়ী।
বিলকুল বিলকুল।শুনো খান,জৱ কাশ্মীৰ ফাইল মভি আয়া থা না,বিবেক জী মুঝে মভি ৰিলিজ হোনে কি দু মহিনা পেহলে ফোন কিয়া থা। অনুপম ভাইয়া নে তো আসাম আ কে মুঝে মিলা থা। তৌ দেখা না। মেনে হামাৰে কৰ্মচাৰী সমাজ কৌ মভি কমপালচৰী দেখনৌ কৌ ইনস্তাকচন দে দিয়া থা। অৰ্ধছুটি ভি দে দিয়া থা।
হা হা ছাৰ। পাঠান কে সাথ ভি এইছা কুছ কৰ দিজিয়ে না।
ওম। ইয়েতো মে অবহি বৌল নেহি পাওংগা। কিওকি তুম মিঞা হৌ গয়া না।
ছাৰ ঔ টো ৱৌৰ অচ্ছা হে। আপ মুঝে মিঞা মান লিয়া।
নেহি নেহি। য়ে মিঞা অলগ হে। তুম জো মিঞা ছমজতে হৌ,য়ে ৱৌ মিঞা নেহী হে। য়ে হামাৰে আসাম কা এক পলিটিকেল মিঞা হে। লুংগী ঔৰ টুপী আলা।
ঠিক্ ঠিক্।ঠিক্ হে ছাৰ। ফিৰ ভি কুছ কিজিয়ে ছাৰ।
অকে অকে। থোৰা সময় দিজিয়ে।
থেংক ইউ থেংক ইউ ছাৰ।।।।
হʼব হʼব । ফোন ৰাখো,কল মেৰা অৰুণোদয় কা চেক বিতৰণ কাৰ্যসূচী হে।
থেংক ইউ ছাৰ,থেংক ইউ।

(কেৱল ধেমালীৰ বাবে এই লেখা)

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd