DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ: কুলছুমাৰ কথা মনত পৰেনে? কুলছুমা বেগম?

কৌশিক দাস by কৌশিক দাস
March 1, 2023 6:02 pm
Eviction In Assam
128
VIEWS
Share on FacebookShare on Twitter
কুলছুমাৰ কথা মনত পৰেনে? কুলছুমা বেগম?
গৰ্ভৱতী আছিল কুলছুমা, পেটত বাচ্ছা আছিল। তাইৰ চুবুৰিত যেতিয়া উচ্ছেদ-অভিযান চলিছিল, তেতিয়া তাইৰ পেটত পৰিছিল বুটজোতাৰ প্ৰচণ্ড গোৰ। গোৰ খাই পেটৰ বাচ্ছাটো তেজেৰে সৈতে ওলাই আহিছিল। কুলছুমা মৰি গৈছিল। অলপ দিনৰ পাছত বাচ্ছাটোও মৰিছিল।
কথাটো প্ৰাচীন ৰোম কিম্বা মধ্যযুগৰ মংগোলৰ কথা নহয়। ২০১৯ চনৰ মাৰ্চ মাহৰ ১১ তাৰিখৰ অসমৰ ঘটনা আছিল সেয়া।
কুলছুমাৰ মৃত্যু আমি অসভ্যতাৰ দিশলৈ যোৱাৰ বাটৰ এটা টাৰ্নিং পইণ্ট, বা মাইলৰ খুটি। তেতিয়া তোমালোক নিশ্চুপ হৈ নাছিলা জানোঁ? তেনে নীৰৱতাৰ পৰিণতিতেই আজি কণমানি ল’ৰাটোৰ মুখেৰে ওলাইছে,”আংকুল…..”।
নিশ্চুপ-নিৰ্বাক হৈ হৈ এদিন “এনকাউণ্টাৰ”-ত মৰিবা।

Recent News

শিশুৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা সহজ উপায়বোৰ

শিশুৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা সহজ উপায়বোৰ

এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতিছে চৰকাৰৰ ৰোষত পৰা আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা

এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতিছে চৰকাৰৰ ৰোষত পৰা আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা

চৰকাৰৰ দৰ্প চূৰ্ণ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড়, কাটি নিলে খৰ্গ

চৰকাৰৰ দৰ্প চূৰ্ণ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড়, কাটি নিলে খৰ্গ

আমেৰিকাৰ গুৰুদ্বাৰাত বন্দুকধাৰীৰ গুলীয়াগুলি; গুৰুতৰভাৱে আহত ২ জন

আমেৰিকাৰ গুৰুদ্বাৰাত বন্দুকধাৰীৰ গুলীয়াগুলি; গুৰুতৰভাৱে আহত ২ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd