• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ: বিষয় ‘সমন্বয়’

পেইমথী গোহাঁই by পেইমথী গোহাঁই
March 30, 2023 7:04 am
Facebook
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১) সমন্বয় বিদ্যায়তনিক চৰ্চাৰ বিষয় নহয়, ই activitiesৰ বিষয়। ভাষণ বাজিত সমন্বয় নাথাকে, “গণ জীৱনৰ সাহ”ত সমন্বয় থাকে।

২) কোনোবাই কলাক্ষেত্ৰত সমন্বয় সমাৰোহ পাতে। জনগোষ্ঠীয় শিল্পীসকলক আনি নচুৱায়। সাংবাদিকে ফটো তোলে। পাছদিনা কাকতত ওলাই ৰঙীণ অসমৰ ছবি। ৰঙীণ ছবিখনেই সমন্বয়। সেইবোৰ ছবিকে লৈ কোনোবাই PhD, MPhil ডিগ্ৰী পাই যায়। সমন্বয় সংজ্ঞাৰোপিত হৈ যায়।

Apply Now

৩) ‘পাহাৰী কন্যা’ চিনেমাত গীতিকাৰে গীত লিখে। ‘পাহাৰী কন্যা’ৰ মোহত নায়কে গীত গায়। তেওঁৰ কণ্ঠত ‘পিনি পেকক’ শব্দ ভৰায়। ‘পিনি পেকক’ কাৰ্বি সাজপাৰ বিশেষৰ নাম। তাক লৈ অসমীয়া গীত হয়। শব্দটো পিছে অসমীয়া অভিধানত নোসোমায়। সমন্বয় কিমান দূৰ!

৪) মিছিংসকলৰ অনুপম সাজপাৰ ‘এগে- গাচৰ’ পৰিধান কৰি ভিডিঅ’ ছবিত নাচনীয়ে নাচে। বহু গীতিকাৰে ৰচনা কৰা গানবোৰতো থাকে ‘এগে-গাচৰ’ শব্দটো। পিছে সেইবোৰ মূলসুঁতিৰ শব্দ হ’বলৈ এতিয়াও বাকী। অভিধানলৈ বহু দূৰ। কিমান দূৰ সমন্বয়!

৫) স্বাধীনতাৰ সময়ত এখনেই আছিল। অলপ কছৰৎ কৰা হ’লে হয়তো মণিপুৰো লগ খালেহেঁতেন, ত্ৰিপুৰাৰ মহাৰাজাও সন্মতি দিলেহেঁতেন। তেনে একো নহ’ল। বৰং সমন্বয় শব্দটোক অৰ্থবহ কৰিবলৈকে যেন সাতভনী কৰি লোৱা হ’ল। সমন্বয়!

৬) বাইথ’, বাইখো, বাথৌ। গুৰি একে হ’ব পাৰে। আজি তাৰিখততো একে নহয়। সেইটোকে আমি চেতনাত লৈ নুফুৰোঁ। বাইথ’ পূজাৰ দিনা sample survey কৰক- আজি কাৰ কিহ’ৰ পূজা? বেছিভাগ উত্তৰ হ’ব- “জানো! বাথৌ নেকি!” এইবোৰ পাতি লোৱা ভাল। সমন্বয়ৰ কথা পাছত।

৭) এই যে বাগধাৰাটো – ‘অনৈক্যৰ মাজত ঐক্য।’ অনৈক্য কি, ঐক্য ক’ত! Activity নাথাকিলে সংজ্ঞাবোৰ লাহে লাহে সলনি হ’বলৈ ধৰে।

৮) কোনোবাই সমন্বয়ৰ চেষ্টা চলায়। কোনোবাই দেখে। ‘সমন্বয়’ দেখুৱাম বুলি নিলে ‘সমন্বয়’কেই দেখিব। ‘সমন্বয়’ৰ bite তেই দিব। এনেওতো NEDAকো সমন্বয়ৰ উদাহৰণ হিচাপে দেখুৱাব পাৰি। যুক্তি দিব পাৰি। সেইসকলৰ বাবে সমন্বয় মানে যোগফল এটা।

৯) ‘মূলসুঁতি’ৰ বাসিন্দাসকলে সমন্বয় সমাৰোহ বুলি আয়োজন কৰি যিসকলক আনে সেইসকলৰ মাজত গৈ সমন্বয়ৰ পাঠ লোৱাটোহে জৰুৰী কথা। প্ৰদৰ্শনটো সমন্বয় নহয়। আজিৰ যুগতো যে প্ৰদৰ্শনীয় সংস্কৃতি বৰ্তি আছে সেয়াহে সমন্বয়।

১০) আপাততঃ সাতভনী (এতিয়া অষ্টলক্ষ্মী) অভিধাৰণাতেই সমন্বয়ৰ ব্যাখ্যা বিচ্যুতিৰ সূচনা হৈছে। বাকী শংকৰ আজান, চিৰাজ নাটক, ঈদ বিহু এইবোৰ তেনেই উপৰুৱা মধ্যবিত্তীয় ব্যাপাৰ একোটা।

পেইমথী গোহাঁই

পেইমথী গোহাঁই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd