DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সেও মানিবলৈ বাধ্য হৈছে জোকাৰবাৰ্গ! : ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰিব ফেইচবুকে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2020 5:00 pm
image.jpg1
473
VIEWS
Share on FacebookShare on Twitter

চ’ছিয়েল নেটৱৰ্কিং চাইট ফেইচবুকে ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ কৰাৰ সম্পৰ্কত বেছ কিছুদিন ধৰি বিতৰ্ক অব্যাহত আছে।

এই বিতৰ্ক অন্ত কৰাৰ দিশে আগবাঢ়িছে বিশ্বৰ আটাইতকৈ বেছি জনপ্ৰিয় আৰু সৰ্বাধিক ব্যৱহৃত সামাজিক মাধ্যম ফেইচবুকে।

বিতৰ্কৰ চাপত পৰি মাৰ্ক জোকাৰবাৰ্গৰ সংস্থাটোৱে জনাইছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ফেইচবুকে ৰাজনৈতিক বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰিব পাৰে।

অৱশ্যে এই সন্দৰ্ভত এতিয়াও সংস্থাটোৱে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। এই সন্দৰ্ভত আলোচনা চলি আছে বুলি জনাইছে সংস্থাটোৰ দুগৰাকী শীৰ্ষ বিষয়াই।

উল্লেখ্য যে, ৰাজনীতিৰ মিথ্যা ভাষণ প্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে ফেইচবুকৰ বিৰুদ্ধে।

আনহাতে টুইটাৰ গুগল আদি সংস্থা কিছুমানে তেওঁলোকৰ চাইটবোৰত ৰাজনীতিকৰ ৰাজনৈতিক প্ৰচাৰ সীমিত কৰি আনিছে।

ইফালে কিছুদিন পূৰ্বে মাৰ্কিন আৰক্ষীয়ে কৃষ্ণাংগ যুৱক জৰ্জ ফ্লয়েডক হত্যা কৰা পিছত আমেৰিকাৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা বৰ্ণবৈষম্য বিৰোধী উত্তাল আন্দোলনৰ সময়তো ফেইচবুকে ঘৃণা প্ৰচাৰত বাধা প্ৰদান কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছিল।

কোকাকোলা, ষ্টাৰবাক্সৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে ইয়াৰ প্ৰতিবাদ স্বৰূপে ফেইচবুকত বিজ্ঞাপন দিয়াৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ফলত জোকাৰবাৰ্গে সিদ্ধান্তবোৰ পুনৰ বিবেচনা কৰাৰ কথা ভাবিছে বুলি জনাইছে সংস্থাটোৰ শীৰ্ষ বিষয়াই।

Recent News

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd