• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেইচবুক নিৰপেক্ষ হৈ থকা উচিত; মাৰ্ক জুকাৰবাৰ্গলৈ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ পত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 2, 2020 12:37 pm

1 min read

EQEmlLiVUAEnPQF

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ। ফটো: টুইটাৰ

188
VIEWS
Share on FacebookShare on Twitter

দেশৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ফেইচবুকৰ জেষ্ঠ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সকলক গালি পৰা বুলি অভিযোগ তুলি ফেইচবুকৰ মুখ্য কাৰ্য্যবাহী মাৰ্ক জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰত ফেইচবুক ইণ্ডিয়াৰ কৰ্মচাৰী সকলে এনেধৰণৰ কাম কৰাটো অশোভনীয় বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, মাৰ্ক জুকাৰবাৰ্গক সম্বোধন কৰি লিখা পত্ৰখনত ৰবিশংকৰ প্ৰসাদে ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত ফেইচবুক ইণ্ডিয়াৰ কৰ্মচাৰীয়ে পেইজ ডিলিট কৰাৰ দৰে কামটো লিপ্ত আছিল বুলি অভিযোগ কৰে।

ৰবিশংকৰ প্ৰসাদে ফেইচবুক ইণ্ডিয়াৰ কেইবাগৰাকী জেষ্ঠ বিষয়া বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক আৰু যাৰবাবে তেওঁলোকে প্ৰধান মন্ত্ৰী মোদী আৰু আন কেন্দ্ৰীয় মন্ত্ৰী সকলক আক্ৰমণৰ লক্ষ্য বান্ধি লৈছে।

ফেইবুক সদায় নিৰপেক্ষ হৈ থকা উচিত বুলিও পত্ৰখনত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।

Recent News

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd