• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত ঘৃণামূলক ভাষণ, ভুল তথ্য, হিংসাত্মক প্ৰচাৰত বিপৰ্যস্ত ফেচবুক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2021 3:39 pm
Facebook India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ভুল তথ্য, ঘৃণামূলক ভাষণ আৰু হিংসাত্মক প্ৰচাৰত বিপৰ্যস্ত হৈ পৰিছে ফেচবুক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা।

প্ৰতিবেদনখনত কোৱা হৈছে যে ছ’চিয়েল মিডিয়াৰ গৱেষকসকলে আঙুলিয়াই দিছে যে ভাৰতত ফেচবুক প্লেটফৰ্মত উচতনিমূলক আৰু বিভ্ৰান্তিকৰ মুছলমান বিৰোধী সমলৰে পৰিপূৰ্ণ গোট আৰু পৃষ্ঠা আছে।

প্ৰতিবেদনটোত কোৱা হৈছে, এজন ফেচবুক গৱেষকে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কেৰালাত বাস কৰা এজন ব্যক্তিৰ বাবে ফেচবুক ব্যৱহাৰ কেনেদৰে হ’ব সেইয়া পৰীক্ষা কৰিবলৈ এটা একাউণ্ট সৃষ্টি কৰিছিল।

পৰৱৰ্তী তিনি সপ্তাহৰ বাবে ফেচবুকৰ নীতি নিয়মে নিৰ্ধাৰণ কৰা সকলো পৰামৰ্শ অনুসৰণ কৰি গোটত যোগদান কৰা, ভিডিঅ’ চোৱা আৰু পনতুন ফেচবুক অন্বেষণ কৰা আদি সাধাৰণ কাৰ্যৰ মাজেৰে একাউণ্টটো পৰিচালিত হৈছিল।

Apply Now

পিছলৈ একাউণ্টটোত ঘৃণামূলক ভাষণ, ভুল তথ্য আৰু হিংসাত্মক ঘটনা প্ৰচাৰ হৈছিল, যিবোৰ সেই মাহৰ শেষৰ ফালে প্ৰকাশিত এক আভ্যন্তৰীণ ফেচবুক প্ৰতিবেদনত নথিভুক্ত কৰা হৈছিল।

নথিসমূহ ফেচবুকৰ প্ৰাক্তন কৰ্মচাৰী ফ্ৰান্সেছ হাগেনৰ দ্বাৰা সংগ্ৰহ কৰা প্ৰতিবেদনৰ এক অংশ।

ডাটা অভিযন্তা হাগেনে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ সন্মুখত ফেচবুক আৰু ইয়াৰ ব্যৱহৃত মঞ্চৰ বিষয়ে সাক্ষ্য দিছিল।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ আভ্যন্তৰীণ নথিপত্ৰত দেশৰ শাসকীয় দল আৰু বিৰোধী ব্যক্তিসকলৰ সৈতে সম্পৰ্কিত ভুৱা একাউণ্টবোৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত কেনেদৰে ভুৱা প্ৰচাৰ চলাইছিল তাৰ বিৱৰণ অন্তৰ্ভুক্ত আছে।

বাতৰি কাকতখনে প্ৰকাশ কৰিছে যে ২০১৯ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পিছত প্ৰস্তুত কৰা এক পৃথক প্ৰতিবেদনত ফেচবুক কৰ্ত্তৃপক্ষই জানিব পাৰিছে যে ভাৰতৰ পশ্চিম বংগত ৪০ শতাংশতকৈও অধিক শীৰ্ষ দৃষ্টিভংগী ভুৱা বা অপ্ৰামাণিক।

প্ৰতিবেদন এইটোও প্ৰকাশ হৈছে যে এটা ভুৱা একাউণ্টে ৩০ মিলিয়নতকৈও অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল।

ফেচবুক কৰ্ত্তৃপক্ষৰ সদৰী কৰিছে যে মুছলমান বিৰোধী পোষ্টকে ধৰি ভুৱা বাৰ্তাৰ প্ৰচাৰবোৰৰ সৈতে যুঁজিবলৈ ফেচবুক শক্তিশালী হোৱা নাছিল আৰু সক্ষম হোৱা নাছিল।

ফেচবুকৰ মুখপাত্ৰজনে কয় যে কোম্পানীটোৱে এই বছৰ মানুহে দেখা ঘৃণামূলক বাৰ্তাৰ প্ৰচাৰ নিয়ন্ত্ৰণ কৰিছে আৰু এইবোৰৰ পৰিমাণ আধা হ্ৰাস কৰিছে।

“আমি হিন্দী আৰু বঙালীকে ধৰি বিভিন্ন ভাষাত ঘৃণামূলক ভাষণ বিচাৰি প্ৰযুক্তিবিদ্যাত যথেষ্ট বিনিয়োগ কৰিছো। ইয়াৰ ফলস্বৰূপে, আমি এই বছৰ মানুহে দেখা ঘৃণামূলক ভাষণৰ পৰিমাণ আধা হ্ৰাস কৰিছো। বিশ্বব্যাপী মুছলমানকে ধৰি প্রান্তিক গোটসমূহৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ বৃদ্ধি পাইছে।”- ফেচবুক কৰ্ত্তৃপক্ষই কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd