• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফেচবুকৰ এই বিশেষ পেজত আৰু নাথাকিব লাইকৰ ব্যৱস্থা, কি এই পেজ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2021 2:31 pm

1 min read

a facebook
195
VIEWS
Share on FacebookShare on Twitter

ফেচবুকৰ সৈতে লাইক, কমেণ্টছ আদি শব্দবোৰ এৰাব নোৱাৰা শব্দ হৈ পৰিছে।

ফেচবুকৰ পোষ্টত লাইক, কমেণ্ট আদি নাথাকিলে বহুতৰে মনেই ভাল নালাগে।

কেৱল সেয়াই নহয়, লাইক, কমেণ্টৰ ওপৰত ভিত্তি কৰিয়েই ফেচবুকত কোনো সামগ্ৰী এবিধে কিমান লোকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে সেয়াও জানিব পাৰি।

কিন্তু এতিয়াৰে পৰা ফেচবুকৰ পাব্লিক পেজত নাথাকিব কোনো লাইক কৰাৰ সুবিধা।

অৰ্থাৎ ফেচবুক কৰ্তৃপক্ষই পাব্লিক পেজৰ পৰা লাইক বাটনটো একেবাৰে নোহোৱা কৰি পেলোৱাৰ সিদ্ধান্ত লৈছে।

সেই মৰ্মে কোনো চেলিব্ৰেটি, সামগ্ৰী আদিৰ বাবে খোলা পাব্লিক পেজত কোনেও এতিয়াৰে পৰা লাইক কৰাৰ সুবিধা নাপাব।

ইয়াৰ পৰিৱৰ্তে পাব্লিক পেজত ফলোৱাৰৰ সংখ্যা কিমান সেই বিষয়তহে ফেচবুক কৰ্তৃপক্ষই গুৰুত্ব দিব।

এক কথাত লাউক বুটনৰ পৰিৱৰ্তে ফলোৱাৰৰ সংখ্যাইহে পাব্লিক পেজত অধিক গুৰুত্ব পাব।

ফেচবুকে পাব্লিক পেজৰ পৰা লাইক বুটন তুলি দি চেলিব্ৰেটি আৰু ব্ৰেণ্ডৰ পেজ সমূহ নতুন ভাবে সজাই তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ফলোৱাৰৰ সংখ্যা যিমানেই বেছি হ’ব সিমানেই পেজৰ গুৰুত্বও বৃদ্ধি পাব।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd