DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হত্যাৰ ভাবুকি দিয়া হৈছিল দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট তাৰকা ফাফ ডু প্লেচিছক! কেতিয়া, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 6:50 pm
244
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট তাৰকা ফাফ ডু প্লেচিছক হত্যাৰ ভাবুকি দিয়া হৈছিল।

২০১১ চনৰ আইচিচি বিশ্বকাপৰ পৰা দক্ষিণ আফ্ৰিকাই হতাশজনক প্ৰদৰ্শন কৰাৰ বাবেই তেওঁ এই ভাবুকি লাভ কৰিছিল।

কেৱল তেওঁৱেই নহয়, তাৰকাজনৰ পত্নীকো একে ধৰণৰ ভাবুকি দিয়া হৈছিল।

১০ বছৰ পাছত ক্ৰিকেটাৰজনে এই সম্পৰ্কে মুখ খুলিছে।

উল্লেখযোগ্য যে সেই সময়ত ডু প্লেচিছ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক হিচাপে বিশ্বকাপত অৱতীৰ্ণ হৈছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে এখন  নিৰ্ণায়ক মেচত দক্ষিণ আফ্ৰিকাই পৰাজীত হৈ বিশ্বকাপৰ পৰা বিদায় লৈছিল।

কোৱাৰ্টাৰ ফাইনেলৰ সেই মেচখন হৈছিল ঢাকাত।

নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ২২১ ৰাণ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৭২ ৰাণতে আটাইকেওটা উইকেট হেৰুৱাই পেলায়।

দক্ষিণ আফ্ৰিকাৰ ইনিংছটোত যিসময়ত ডু  প্লেচিছে বেট ধৰিবলৈ আহিছিল, সেই সময়ত দলটোৰ ৪টা উইকেট হেৰুৱাই ১২১ ৰাণ সংগ্ৰহ কৰি আছিল।

ক্ৰিজত আছিল দলটোৰ মূল বেটিং স্তম্ভ এবি ডি ভিলিয়াৰ্ছ।

কিন্তু ডু প্লেচিছ ক্ৰিজত নমাৰ পাছতে ডি ভিলিয়াৰ্ছৰ ৰাণ আউট হয়।

ইয়াৰ পাছত দক্ষিণ আফ্ৰিকাৰ অৱস্থা শোচনীয় হৈ পৰে।

মেচখনত বিজয়ী হোৱাত অধিনায়ক ডু প্লেচিছে ব্যৰ্থ হয়।

সেই মেচখনত পৰাজীত হোৱাৰ পাছতে হত্যাৰ ভাবুকি দিয়া হৈছিল ডু প্লেচিছক।

এটা সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে সামাজিক মাধ্যমযোগে এই ভাবুকি আহিছিল।

তদুপৰি তেওঁক অশ্লীল শব্দৰেও আক্ৰমণ কৰা হৈছিল বুলি তেওঁ কয়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd