• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! গুৱাহাটী মহানগৰীত এইবাৰ ভুৱা হৃদৰোগ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, আৰক্ষীৰ জালত এজন

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2021 6:30 pm
dds
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাতংকই গ্ৰাস কৰা অসমৰ অৰঙে-দৰঙে ভিৱা চিকিৎসকে বহুতৰে জীৱনলৈ কাল অমানিশা নমাই অনাটো নতুন কথা নহয়।

গুৱাহাটী মহানগৰীৰ দৰে শিক্ষিত লোকৰে ভৰা মহানগৰীতো ভুৱা চিকিৎসকে নিৰ্বিঘ্নে দপদপাই থকাৰ কথাই এতিয়া বহুতৰে চকু থৰ লগাইছে।

Apply Now

𝙂𝙤𝙤𝙙 𝙅𝙤𝙗 𝙏𝙚𝙖𝙢 𝙒𝙚𝙨𝙩 !!!
Fake Doctor practicing as Cardiologist with a private hospital under Fatasil Ambari PS arrested yesterday night. Another fake Dermatologist was nabbed from Maligaon few days ago. @assampolice pic.twitter.com/RnK1W1NWEo

— Guwahati Police (@GuwahatiPol) June 12, 2021

আচৰিত কথাটো হ’ল গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তে এনে ভুৱা চিকিৎসকে ৰোগীৰ ‘চিকিৎসা’ কৰি থকাৰ কথাই ভয়ংকৰ বিপদৰ আগজাননী দিছে।

শেহতীয়াকৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে অভিযান চলাই এনে এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

অসম আৰক্ষীয়ে বিভাগীয় টুইটাৰত প্ৰকাশ কৰা মতে যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই মহানগৰীৰ ফটাশিল আমবাৰীৰ পৰা এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে নাম প্ৰকাশ নকৰা ভুৱা চিকিৎসক জনে নিজকে হৃদৰোগ বিশেষজ্ঞ হিচাবে পৰিচয় দি এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগী চাই আছিল।শেহতীয়াকৈ জানিব পৰা মতে ধৃত ভুৱা চিকিৎসক জনৰ নাম অমিত সেনগুপ্তা। লোকজনক ২০২০ চনতো একে অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে কিছুদিন পূৰ্বে মহানগৰীৰ মালিগাঁৱৰ পৰাও এজন ভুৱা চৰ্মৰোগ বিশেষজ্ঞক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd