• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰেৰে চিকিৎসা চলোৱা ভুৱা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
May 12, 2019 12:12 pm
lakhimpur-doctor-1140x570

ভুৱা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা সংগঠনৰ নেতৃত্ব। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি জালিয়াতিৰে উত্তৰ লখিমপুৰত চিকিৎসা চলাই অহা চিকিৎসক এগৰাকীৰ কথা পোহৰলৈ আহিছে।

চিকিৎসক অবিনাশ শইকীয়াই আন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি  লখিমপুৰ আৰু ধেমাজি জিলাত ৰোগীৰ চিকিৎসা চলাই আহিছিল।

Apply Now

নিজকে এম বি বি এছ, ডি ভি এল, এফ এ এম, এছথেটিক মেডিচিন ফেল’শ্বিপ প্ৰাপক, চৰ্মৰোগ, চুলি,নখ আৰু যৌনৰোগ বিশেষজ্ঞ, কনছালটেন্ট ডাৰমেট’লজিষ্ট এণ্ড কস্মেট’লজিষ্ট হিচাপে পৰিচয় দিয়া প্ৰৱঞ্চক চিকিৎসকগৰাকীয়ে যোৰহাট মেডিকেল কলেজ ও হাস্পাতালৰ অৰ্থ’পেডিকছ বিভাগৰ সহকাৰী অধ্যাপক ড০ কিৰণ সোণোৱালৰ পঞ্জীয়ন নম্বৰ ১৯৯৪৭(আসাম মেডিকেল কাউন্সিল) ব্যৱহাৰ কৰি চৰ্মৰোগৰ চিকিৎসা চলাই আহিছিল।

বিষয়টো সন্দৰ্ভত শইকীয়াক ড০ কিৰণ সোণোৱালে যোগাযোগ কৰাৰ পাছতে এই ঘটনা পোহৰলৈ আহে। শইকীয়াই ড০ কিৰণ সোণোৱালক জানিব দিছিল যে ছপাৰ ভুলৰ বাবে আনটো পঞ্জীয়ন নম্বৰ ১৯৪৪৭ৰ ঠাইত ভুলকৈ উক্ত নম্বৰটো ছপা হৈছে।

অবিনাশ শইকীয়াই এই ১৯৪৪৭ পঞ্জীয়ন নম্বৰটো ব্যৱহাৰ কৰি উত্তৰ লখিমপুৰৰ টাউন মেডিকেল হলটো চৰ্মৰোগৰ চিকিৎসা চলাই আহিছে।

ইপিনে, ড০ কিৰণ সোণোৱালেও শইকীয়াৰ বিৰুদ্ধে ধেমাজিৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ হাতত এখন অভিযোগ পত্ৰ দাখিল কৰিছে। উত্তৰ লখিমপুৰত শুকুৰবাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে উত্তৰ লখিমপুৰ আৰক্ষী থানাত ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

সংবাদ মাধ্যমক সম্বোধন কৰি সংগঠনটোৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে লখিমপুৰ আৰু ধেমাজি জিলা প্ৰশাসনক ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এক তদন্তৰ চলোৱাৰ দাবী কৰে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd