DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ দলগাঁৱৰ ছিবৰীত মাৰুতী এল্টোৰ পৰা বৃহৎ পৰিমাণৰ নকল নোট জব্দ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 11, 2019 7:22 pm
Seized FICN with the accused and the vehicle
337
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিত সক্ৰিয় হৈ আছে এটা কুখ্যাৎ নকল নোটৰ চক্ৰ। এই চক্ৰটোৱে নকল ভাৰতীয় টকাৰ প্ৰচলনত জড়িত হৈ দৰং আৰু ওদালগুৰিত নিজৰ ক’লা ব্যৱসায় চলাই আহিছে।

দৰং আৰক্ষীৰ এটা দলে অলপতে বিৰাট পৰিমাণৰ নকল নোট উদ্ধাৰ কৰাৰ পাছত এই কথা স্পষ্ট হৈ পৰিছে। দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীনাথ থিৰাভিয়ামৰ মতে এটা গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে আজি AS 13 E 6188 নম্বৰত পঞ্জীয়নভুক্ত এখন ৰঙা বৰণৰ মাৰুতী এল্টো গাড়ী আগচি ধৰে। দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছিবৰীত আগচি ধৰা বাহনখনৰ পৰা আৰক্ষীৰ দলটোৱে ২০০০ টকীয়া ভাৰতীয় নোটৰ দম উদ্ধাৰ কৰে। এই টকাখিনিৰ মূল্য হৈছে ৬,৪২,০০০.০০ টকা।

বাহনখনৰ চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত চালকজন হৈছে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জংগালগাঁও নিৱাসী কাছেম আলীৰ পুত্ৰ আছমত আলী।  অধিক তথ্য জনাৰ বাবে অভিযুক্ত আলীক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Recent News

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd