DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 9:32 pm
108
VIEWS
Share on FacebookShare on Twitter

ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা অযোধ্যাৰ গোসাইগঞ্জ সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক ইন্দ্ৰ প্ৰতাপ তিৱাৰীয়ে শুকুৰবাৰে সাংসদ–বিধায়ক আদালতত আত্মসমৰ্পণ কৰে।

শুকুৰবাৰলৈকে জামিনত বাহিৰত আছিল তিৱাৰী। ১৭ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰা বিচাৰ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে আবেদন খাৰিজ কৰাৰ পিছতে আত্মসমৰ্পণ কৰিছে বিধায়কজনে।

বিধায়কগৰাকীৰ ব্যক্তিগত সচিব দীনেশ তিৱাৰীয়ে কয়, “শুকুৰবাৰে বিশেষ ন্যায়াধীশ সাংসদ–বিধায়ক অতিৰিক্ত জিলা ন্যায়াধীশ অশোক ডুবেৰ আদালতত ইন্দ্ৰ প্ৰতাপ তিৱাৰীয়ে আত্মসমৰ্পণ কৰে। আদালতে প্ৰাক্তন বিধায়কগৰাকীক জিম্মাত লৈ জেললৈ প্ৰেৰণ কৰে।“

তিৱাৰীৰ আবেদন খাৰিজ কৰি আদালতৰ লক্ষ্ণৌ বিচাৰপীঠে চলিত মাহৰ আৰম্ভণিতে উল্লেখ কৰিছিল যে অযোধ্যাৰ অধিৱেশন আদালতে তেওঁক দিয়া শাস্তি সম্পন্ন কৰিবলৈ প্ৰাক্তন বিধায়কজনক তৎক্ষণাত জিম্মাত লোৱা উচিত।

আদালতে দিয়া নিৰ্দেশত তিৱাৰীৰ বিৰুদ্ধে ৩৫টা গোচৰৰ অপৰাধজনিত ইতিহাস থকা কথাটো উল্লেখ কৰে।

উচ্চ ন্যায়ালয়ৰ আদেশত উল্লেখ কৰিছে, “বিচাৰৰ নেতৃত্বত পোৱা প্ৰমাণৰ পৰা আইপিচিৰ ধাৰা ৪২০ (প্ৰতাৰণা), ৪৬৮ (জাল) আৰু ৪৭১ (প্ৰকৃত জাল নথি হিচাপে ব্যৱহাৰ)ৰ অধীনত বিচাৰ আদালতে সঠিকভাৱে দোষী সাব্যস্ত কৰিছে।”

Recent News

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd