• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিপন গোস্বামীৰ মৃত্যুৰ উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে গোচৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 29, 2019 6:43 pm
Fake news of Assam actor Nipon Goswami's death: Family files FIR against social media pages

জি এন আৰ চিত চিকিৎসাধীন অৱস্থাত নিপন গোস্বামী। উৎস- প্ৰতিদিন টাইম(ডিজিটেল)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে অসমৰ অভিনয় ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল তাৰকা নিপন গোস্বামীৰ দেহাৱসান হোৱা বুলি প্ৰকাশ পোৱা এটা বাতৰিয়ে ছ’চিয়েল মিডিয়াত খলকনি তুলিছিল। কিন্তু এই বাতৰি আছিল সম্পূৰ্ণ মিছা। ইয়াৰ পাছতেই সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পাছতেই অভিনেতা নিপন গোস্বামীৰ পৰিয়ালে এই অপপ্ৰচাৰ চলোৱা য়ুজাৰৰ বিৰুদ্ধে মহানগৰীৰ চানমাৰি থানাত এখন এজাহাৰ দাখিল কৰে।

কালিয়ে নিপন গোস্বামীৰ বোৱাৰীয়েক কিংকিনী ভট্টাচাৰ্য্যই এজাহাৰ দাখিল কৰিছিল যদিও এই সন্দৰ্ভত কি ধাৰাত গোচৰ ৰুজু হ’ব সেয়া নিশ্চিত নোহোৱা বাবে এতিয়ালৈকে গোচৰটো পঞ্জীয়ন হোৱা নাই।

অৱশ্যে চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আমাক জানিবলৈ দিয়া মতে বিষয়টো আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু আদালতৰ পৰামৰ্শ অনুসৰি অতি সোনকালেই গোচৰটো ৰুজু হ’ব।

অভিনেতাগৰাকীৰ মৃত্যু হোৱা বুলি ছ’চিয়েল মিডিয়াযোগে উৰাবাতৰি বিয়পোৱা ফেইচবুক পেইজ আৰু একাউণ্টৰ গৰাকীসকলৰ বিৰুদ্ধে বিভিন্নজন সৰৱ হোৱাও দেখা গৈছে। লগতে এনেধৰণৰ অপপ্ৰচাৰৰদ্বাৰা জনপ্ৰিয় শিল্পীগৰাকীক অপমান কৰা হোৱা বুলিও বহুতেই মন্তব্য কৰিছে।

ফেইচবুকৰ কেইবাটাও পেইজ আৰু ব্যক্তি বিশেষৰ একাউন্টত অভিনেতাগৰাকীৰ সন্দৰ্ভত এই উৰাবাতৰি প্ৰকাশ পাইছিল।

সেই সমূহৰ ভিতৰত আছিল ‘হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ’, ‘Zubeen Garg fans Club all Assam’, ‘Troll Assamese Media’ আদি পেইজকেইটাও। এই ভুৱা বাতৰিয়ে স্বাভাৱিকতে গোস্বামীৰ লগতে তেওঁৰ পৰিয়াল তথা অনুৰাগীক আঘাত দিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে নিপন গোস্বামীয়ে বাথৰুম পিচলি পৰা ফলত ভৰিত আঘাট পাইছিল। পাছত জি এন আৰ চি চিকিৎসালয়ত ভৰ্তী কৰোৱাত তেওঁ ভৰিৰ এটা সৰু অস্ত্ৰোপচাৰ হৈছিল। বৰ্তমান তেওঁ আৰোগ্যৰ দিশত থকা বুলি পৰিয়ালে জানিবলৈ দিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd