• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিপন গোস্বামীৰ মৃত্যুৰ উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে গোচৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 29, 2019 6:43 pm
Fake news of Assam actor Nipon Goswami's death: Family files FIR against social media pages

জি এন আৰ চিত চিকিৎসাধীন অৱস্থাত নিপন গোস্বামী। উৎস- প্ৰতিদিন টাইম(ডিজিটেল)

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে অসমৰ অভিনয় ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল তাৰকা নিপন গোস্বামীৰ দেহাৱসান হোৱা বুলি প্ৰকাশ পোৱা এটা বাতৰিয়ে ছ’চিয়েল মিডিয়াত খলকনি তুলিছিল। কিন্তু এই বাতৰি আছিল সম্পূৰ্ণ মিছা। ইয়াৰ পাছতেই সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পাছতেই অভিনেতা নিপন গোস্বামীৰ পৰিয়ালে এই অপপ্ৰচাৰ চলোৱা য়ুজাৰৰ বিৰুদ্ধে মহানগৰীৰ চানমাৰি থানাত এখন এজাহাৰ দাখিল কৰে।

Apply Now

কালিয়ে নিপন গোস্বামীৰ বোৱাৰীয়েক কিংকিনী ভট্টাচাৰ্য্যই এজাহাৰ দাখিল কৰিছিল যদিও এই সন্দৰ্ভত কি ধাৰাত গোচৰ ৰুজু হ’ব সেয়া নিশ্চিত নোহোৱা বাবে এতিয়ালৈকে গোচৰটো পঞ্জীয়ন হোৱা নাই।

অৱশ্যে চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আমাক জানিবলৈ দিয়া মতে বিষয়টো আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু আদালতৰ পৰামৰ্শ অনুসৰি অতি সোনকালেই গোচৰটো ৰুজু হ’ব।

অভিনেতাগৰাকীৰ মৃত্যু হোৱা বুলি ছ’চিয়েল মিডিয়াযোগে উৰাবাতৰি বিয়পোৱা ফেইচবুক পেইজ আৰু একাউণ্টৰ গৰাকীসকলৰ বিৰুদ্ধে বিভিন্নজন সৰৱ হোৱাও দেখা গৈছে। লগতে এনেধৰণৰ অপপ্ৰচাৰৰদ্বাৰা জনপ্ৰিয় শিল্পীগৰাকীক অপমান কৰা হোৱা বুলিও বহুতেই মন্তব্য কৰিছে।

ফেইচবুকৰ কেইবাটাও পেইজ আৰু ব্যক্তি বিশেষৰ একাউন্টত অভিনেতাগৰাকীৰ সন্দৰ্ভত এই উৰাবাতৰি প্ৰকাশ পাইছিল।

সেই সমূহৰ ভিতৰত আছিল ‘হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ’, ‘Zubeen Garg fans Club all Assam’, ‘Troll Assamese Media’ আদি পেইজকেইটাও। এই ভুৱা বাতৰিয়ে স্বাভাৱিকতে গোস্বামীৰ লগতে তেওঁৰ পৰিয়াল তথা অনুৰাগীক আঘাত দিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে নিপন গোস্বামীয়ে বাথৰুম পিচলি পৰা ফলত ভৰিত আঘাট পাইছিল। পাছত জি এন আৰ চি চিকিৎসালয়ত ভৰ্তী কৰোৱাত তেওঁ ভৰিৰ এটা সৰু অস্ত্ৰোপচাৰ হৈছিল। বৰ্তমান তেওঁ আৰোগ্যৰ দিশত থকা বুলি পৰিয়ালে জানিবলৈ দিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd