• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৯৩ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি পাকিস্তানী বেটছমেন ৰাণ আউট হ’ল, তাৰপাছতে তুমুল বিতৰ্ক!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 4:09 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ অপেনিং বেটছমেন ফখৰ জামানৰ এটা ৰাণ আউটে বিশ্ব ক্ৰিকেটত চৰ্চা লাভ কৰিছে।

দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাকিস্তানৰ এটা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত তেওঁ কেৰিয়াৰৰ এটা অন্যতম শ্ৰেষ্ঠ ইনিংছ খেলে।

Apply Now

১৫৫টা বলৰ সম্মুখীন হৈ ১৮টা চাৰি আৰু ১০টা ছয়ৰ সহায়ত তেওঁ কৰে পৰ্বতসম ১৯৩ ৰাণ।

১৯৩ ৰাণ কৰি থকা অৱস্থাতে তেওঁক ৰাণ আউট কৰে বিপক্ষৰ উইকেট কীপাৰ কুইণ্টন ডি ককে।

Qdk fooling Fakhar Zaman for his run-out.
A brilliant innings of 193, nonetheless#Fakharzaman #SAvPAK pic.twitter.com/yYUSF2vAv0

— Meet (@raut_meeet) April 4, 2021

ডি ককে যিদৰে তেওঁক ৰাণ আউট কৰে, সেই লৈ টুইটাৰত শেহতীয়াকৈ বিতৰ্কৰ সূত্ৰপাত হৈছে।

ইনিংছৰ শেষৰ অভাৰৰ প্ৰথম বলটোত তেওঁ লং অফলৈ এটা শ্বট মাৰে আৰু এক ৰাণ সংগ্ৰহ কৰে।

এক ৰাণ সংগ্ৰহ কৰাৰ পাছত পুনৰ আৰু এক ৰাণৰ বাবে তেওঁ অগ্ৰসৰ হয়।

ফিল্ডাৰ এইডেন মাৰ্কক্ৰামে বলটো উইকেটকীপাৰ ডি ককলৈ পঠায় দিয়ে।

কিন্তু ডি ককে বলটো ফখৰ জামাৰ নন-ষ্টাইকাৰ এণ্ড অৰ্থাৎ বলাৰৰ ফালে যোৱা যেন ইংগিত দিয়ে।

যাৰবাবে জামানে খৰখেদা নকৰি ধীৰে সুস্থিৰে ৰাণটো শেষ কৰিবলৈ আগবাঢ়ে।

কিন্তু যেতিয়া গম পায় যে বলটো তেওঁ ষ্ট্ৰাইকাৰ এণ্ডৰ ফালেই আহিছে, তেতিয়া তেওঁৰ বহু পলম হৈ গ’ল।

এইডেনে এটা নিখুঁট থ্ৰ’ৰে (throw) ষ্ট্ৰাইকাৰ এণ্ডৰ খুঁটিকেইডাল ভাঙি পেলায়।

যাৰ ফলত ফখৰ জামান ৰাণ আউট হ’ব লগা হয়।

ফখৰ জামান ৰাণ আউট হোৱাৰ পাছতে দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ৩৪২ ৰাণৰ বিজয়লক্ষ্য উপনীত হ’বলৈ যথেষ্ট কষ্ট কৰিবলগা হয় পাকিস্তানে।

অৱশেষত পাকিস্তানে ৩২৪ ৰাণই কৰি ১৭ ৰাণত পৰাস্ত হয়।

ফখৰ জামানৰ এই বিতৰ্কিত ৰাণ আউটটোৱে টুইটাৰত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।

কিছু লোকে উইকেট কীপাৰ ডি ককক ‘ভুৱা ফিল্ডিং’ (fake fielding) অভিযোগত সাঙুৰিছে।

Fakhar Zaman Run Out!!

A clear case of fake fielding. QdK pointed at bowling end as if the throw is at that end.
#SAvPAK#fakharzaman pic.twitter.com/E3tGyODmaJ

— Shaiz Khan (@Shaiz_Khaan) April 4, 2021

উল্লেখযোগ্য যে আই.চি.চি.ৰ নিয়মমতে এজন ফিল্ডাৰে যদি ৰাণ সংগ্ৰহত ৰত থকা বেটছমেনজনক বিভ্ৰান্ত কৰিবলৈ বিভিন্ন ইংগিত প্ৰদান কৰে অথবা বেটছমেনজনক বাধা প্ৰদান কৰে, তেনেহ’লে ই এটা গুৰুত্বৰ অপৰাধ।

প্ৰাক্তন পাকিস্তানী তাৰকা ছোৱেইব আখটাৰ, ৰছিড লটিফকে ধৰি বহুকেইজন ক্ৰিকেটাৰে ফখৰ জামান ৰাণ আউটৰ সিদ্ধান্তটোক লৈ টুইটাৰত মুখ খুলিছে।

What a master inning by @FakharZamanLive. Treat to watch. Single handedly brought the game here.
Sad end to the inning. Deserved a 200.
Was the spirit of the game compromised by South Africa & @QuinnyDeKock69 in that run out??

Full review: https://t.co/bi2f2Qgxij#PAKvSA pic.twitter.com/7Uvt8Ovhpn

— Shoaib Akhtar (@shoaib100mph) April 4, 2021

অৱশ্যে মেচখনৰ শেষত ফখৰ জামানে কয় যে ভুলটো ডি ককৰ নহয়, তেওঁৰ নিজৰহে।

জামানে কয় যে তেওঁ যে নিজেই ৰাণটো লোৱাৰ ক্ষেত্ৰত পলম কৰিছিল।

মেচখনত পাকিস্তান পৰাস্ত হ’লেও অনবদ্য প্ৰদৰ্শনৰ বাবে ফখৰ জামানেই মেন অৱ দ্যা মেচৰ খিতাপ লাভ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd