• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত ডাইনী সন্দেহত পৰিয়ালৰ লোকে হত্যাৰ চেষ্টা কৰিলে এগৰাকী মহিলাক

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 17, 2019 4:03 pm
witch-hunting-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰিণতিত ৰাজ্যত অব্যাহত আছে ডাইনী সন্দেহত হত্যা তথা নিৰ্যাতনৰ দৰে অপৰাধমূলক ঘটনা।

বিশ্বনাথ জিলাৰ বাঘমাৰি চাহ বাগিচাৰ বস্তিত এগৰাকী মহিলাক ডাইনী সন্দেহত মাৰ-পিট কৰি হত্যাৰ চেষ্টা কৰে নিজৰে পৰিয়ালৰ বোৱাৰী এগৰাকীয়ে। কেৱল মহিলাগৰাকীক মাৰ-পিট কৰিয়ে ক্ষান্ত নাথাকি বোৱাৰীগৰাকীয়ে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে মহিলাগৰাকীক।

Apply Now

তদুপৰি, মহিলাগৰাকীক ডাইনী সন্দেহত আক্ৰমণ কৰাৰ উপৰিও ঘৰখনৰ কাপোৰ, কিতাপ-বহী, স্কুলৰ য়ুনিফৰ্ম আদি জ্বলাই দিয়ে।

উল্লেখযোগ্য যে, ডাইনী সন্দেহত আক্ৰমণ সংঘটিত কৰা মহিলাগৰাকীৰ নাম পিয়াৰ চামাত। তেওঁ নিজৰ স্বামীৰ মৃত্যুৰ বাবে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি এনেদৰে আক্ৰমণ কৰে যদিও প্ৰকৃততে অত্যাধিক মদ্যপান কৰাৰ ফলত মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হয়।

পৰৱৰ্তী সময়ত গাঁওবাসীয়ে জিনজিয়া আৰক্ষীক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ তৰফৰ পৰা কোনোধৰণৰ সহায় লাভ নকৰি এতিয়া প্ৰাণৰ মমতাত ভূক্তভোগী মহিলাগৰাকীয়ে ঘৰ-বাৰী এৰি ককায়েকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছে।

আনহাতে, আক্ৰমণকাৰী অভিযুক্ত মহিলাগৰাকী বৰ্তমান পলাতক অৱস্থাত আছে বুলি খবৰ লাভ কৰা গৈছে।

উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ বকোত এক বৃদ্ধ দম্পতিক গাঁওখনৰ লোকে ডাইনী সন্দেহত আক্ৰমণ কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰিছিল।

ৰাজ্যত ক্ৰমাগতভাৱে বৰ্ধিত এনেধৰণৰ অন্ধবিশ্বাস, কু-সংস্কাৰৰ লগত জড়িত অপৰাধমূলক ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd