DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীত একেটা পৰিয়ালৰ চাৰি সদস্যৰ বিহ খাই আত্মহত্যাৰ চেষ্টা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2022 7:17 pm
family of four attempt suicide in nalbari
172
VIEWS
Share on FacebookShare on Twitter

নলবাৰী জিলাৰ অনগৰধোৱা গাঁৱত চাৰিজনীয়া এটা পৰিয়ালে বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়।

আজি আবেলি এই বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে।

চাৰিজনীয়া পৰিয়ালটোৰ শ্যামন্ত ৰাজবংশী, তেওঁৰ পত্নী কণিকা ৰাজবংশী, তেওঁলোকৰ পুত্ৰ আৰু কন্যাই বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়।

পৰিয়ালটোৰ মুৰব্বী শ্যামন্ত আৰু তেওঁৰ পত্নী-পুত্ৰৰ অৱস্থা সংকটজনক যদিও কন্যা গৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কন্যা গৰাকীয়ে কয় যে পাৰিবাৰিক সমস্যাৰ বাবে তেওঁলোক সকলোৱে বিহ সেৱন কৰিছিল।

“সেৱন কৰা বিহ বিধ কি আছিল, মই নাজানো। মোৰ দেউতাই প্ৰথমে বিহ খাইছিল আৰু তাৰ পিছত মোৰ ভাতৃয়ে দেউতাৰ মৃত্যু হ’লে জীয়াই নাথাকোঁ বুলি চিৎকাৰ কৰি বিহ সেৱন কৰিছিল।” তেওঁ লগতে কয়।

ইয়াৰ পিছতে তেওঁ মাকৰ সৈতে নিজেও বিহ খাইছিল বুলি জানিবলৈ দিয়ে।

তেওঁ অভিযোগ কৰে যে তেওঁলোক গুৱাহাটীত বাস কৰি আছিল যদিও তেওঁলোকৰ আত্মীয়সকলে তেওঁলোকক নলবাৰীলৈ ঘূৰি যাবলৈ কৈছিল।

তেওঁলোক স্থানান্তৰিত হোৱাৰ পিছতো তেওঁলোকৰ পৰিয়ালৰ নিকটাত্মীয়কসকলে হাৰাশাস্তি কৰিছিল বুলিও অভিযোগ কৰে।

আনহাতে এজন স্থানীয় লোকে পাৰিবাৰিক কাজিয়াৰ বাবে পৰিয়ালটোৱে এই কাৰ্য কৰে বুলি দাবী জনায়।

ইতিমধ্যে চিকিৎসাধীন হৈ থকা ব্যক্তি কেইজনে সঠিক চিকিৎসা পালে জীয়াই থাকিব বুলি জানিবলৈ দিছে চিকিৎসক সকলে।

Recent News

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd