• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মর্মান্তিক; কোভিড আক্রান্ত ব্যক্তিৰ মৃতদেহৰ সৈতে পৰিয়ালে যাপন কৰিবলগীয়া হ’ল দুটাকৈ দিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 2, 2020 3:14 pm

1 min read

43Delhi_Indiia_Death_toll_cro_0

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: সকাল টাইমছ

312
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছত আক্ৰান্ত লোক সকলৰ প্ৰতি এতিয়াও বহুতে নেতিবাচক মনোভাৱ গ্ৰহণ কৰি আহিছে। তাৰেই শেহতীয়া উদাহৰণ পোৱা গ’ল কলকাতাত।

কলকাতাৰ ৰাজা ৰামমোহন ৰায় লেনত বাস কৰা এজন ৭১ বছৰীয়া বৃদ্ধ বিগত কিছুদিন ধৰি জ্বৰত  ভুগি আছিল।

পৰিয়ালৰ লোকে তেওঁক ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ অনুসৰি দৰৱ খুৱায় যদিও স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

কিন্ত চিকিৎসালয় পোৱাৰ কিছু সময় পিছতেই তেওঁৰ মৃত্যু ঘটে।

পৰিয়ালৰ লোকে মৃত লোকজনৰ সৎকাৰৰ বাবে প্ৰস্ততি চলায় যদিও স্থানীয় লোকে লোকজনৰ সৎকাৰত বাধা দিয়ে।

পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়েও তেওঁলোকক বিমুখ কৰে।ফলত তেওঁলোকে উপায়ন্তৰ হৈ মৃতদেহৰ সৈতে দুদিন কটাবলগীয়া হয়।

তাৎপৰ্যপূৰ্ণভাৱে মৃত লোক জনৰ কোভিড পজিটিভ ফলাফল আহে। ফলত সমগ্ৰ এলেকাটোতে আতংক বিয়পি পৰে।

পৌৰসভা কৰ্তৃপক্ষক পৰিয়ালৰ লোকে যোগাযোগ কৰে যদিও কোনো সহাঁৰি লাভ নকৰিলে।

ইপিনে, ক’ভিড আক্ৰান্ত লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ পৌৰসভাও ৰাজী ন’হল। ফলত মৃতদেহৰ সৈতেই পৰিয়ালটোৱে পাৰ কৰিলে দুটাকৈ দিন।

এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতহে গা লৰিল চৰকাৰৰ। অৱশেষত, বৃহস্পতিবাৰে চৰকাৰৰ নিৰ্দেশত পৌৰসভাই মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে।

Tags: COVID-19

Recent News

নিজ গৃহ পালেহি বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হোৱা পবিত্ৰ পেগুৰ মৃতদেহ; তদন্তৰ দাবী

নিজ গৃহ পালেহি বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হোৱা পবিত্ৰ পেগুৰ মৃতদেহ; তদন্তৰ দাবী

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

WhatsApp Image 2021-01-22 at 11.15.07 AM

পানী ঘোলা কৰি হোৱাইট হাউছ এৰি বিলাসী ৰিছ’ৰ্টত পত্নী মেলানিয়াৰ সৈতে ডোনাল্ড ট্ৰাম্প

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd