• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা; ভিডিঅ’ ভাইৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 3:04 pm
KBC 11: Sonakshi Sinha gets trolled

অভিনেত্ৰী সোণাক্ষী সিনহা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহাৰ এটা ভাইৰেল ভিডিঅ’ৱে খলকনি তুলিছে ইণ্টাৰনেটত। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক ৰূপালী ৰঙৰ খুব সুন্দৰ পোছাকৰ সৈতে দেখা গৈছে।

ভিডিঅ’টোত অভিনেত্ৰী গৰাকীক ইফালে সিফালে ঘূৰি থকা পৰিলক্ষিত হয়। আৰু ইয়াৰ পিছত সোণাক্ষীৰ দৰে একেই পোছাক পৰিহিত এগৰাকী যুৱতীক দেখা যায়।

Apply Now

একেই পোছাক পৰিহিত যুৱতীগৰাকীক পিছফালৰ পৰা কোনোবাই হেণ্ডকাফ পিন্ধাই আছে। মন কৰিব লগীয়া কথাটো হ’ল এই ভিডিঅ’ ফুটেজটোত যুৱতী গৰাকীৰ মুখমণ্ডল দেখা নাপাই যদিও সোণাক্ষী সিনহাৰ মাতটো স্পষ্টকৈ শুনা পোৱা যায়।

হেণ্ডকাফ লগাই থকা সময়ত সোণাক্ষীয়ে কয়, ‘তুমি এইদৰে মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰা। তুমি জানানে নাই মই কোন হওঁ? মই একো কৰা নাই। কেনেকৈ তুমি মোক গ্ৰেপ্তাৰ কৰিব পাৰা’।

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)

উল্লেখ্য যে এই ভিডিঅ’টো কিছু কিছু জনপ্ৰিয় ফটোগ্ৰাফাৰে ‘এনেকুৱা লাগিছে যেন সোণাক্ষী সিনহা কিবা ডাঙৰ সমস্যাত পৰিছে’ বুলি কেপশ্যনেৰে ছ’চিয়েল মিডিয়াত চেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

Looks like Sonakshi Sinha is in trouble! What is the matter #AsliSonaArrested @sonakshisinha pic.twitter.com/jhT5a7zHgG

— Mahasin (@imahasin4) August 6, 2019

ইয়াৰ পিছত ভিডিঅ’টো অভিনেত্ৰী গৰাকীৰ সমৰ্থক সকলে চেয়াৰ কৰিছে। এই ভিডিঅ’টো সম্বন্ধত এগৰাকী সমৰ্থকে লিখিছে ‘আপুনি এই ভিডিঅ’টো চালেনে? বিশ্বাস হোৱা নাই। সোণাক্ষীক জেইললৈ পঠোৱা কাৰ্যত মই আচৰিত’।

Gergious @sonakshisinha is behind bars. Want to know the matter Sonakshi Sinha Arrested pic.twitter.com/S17D4adUwQ

— Mahasin (@imahasin4) August 6, 2019

আন এগৰাকী সমৰ্থকে লিখিছে, ‘আৰক্ষীয়ে সোণাক্ষীক গ্ৰেপ্তাৰ কৰা কাৰ্যত মই আচৰিত হৈছো’। ইফালে আন এজনে লিখিছে, ‘মই জানিব বিচাৰিছো যে সোণাক্ষী সঁচাই জেইলত আছে নেকি’।

Guys have you seen this video? This is unbelievable, Totally shocked to see bollywood actress Sonakshi Sinha is behind bars #AsliSonaArrested @sonakshisinha pic.twitter.com/VINWRyykzV

— आध्या (@rame5h_) August 6, 2019

আচলতে এই ভিডিঅ’টোৰ সত্যতা কিছু বেলেগ। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অভিনেত্ৰী গৰাকীয়ে কস্মেটিক ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে শ্বুটিঙত ব্যস্ত। আৰু ভাইৰেল হোৱা ভিডিঅ’টো বিজ্ঞাপনৰে অংশ বুলি বহুতে জানিবলৈ দিয়ে।

এই পৰ্যন্ত ভিডিঅ’টোৰ সত্য সত্যতা সম্পৰ্কে অভিনেত্ৰী গৰাকীৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ অহা নাই সেই বাবে ভিডিঅ’টোৰ আচল ৰহস্য সকলোৱে জানিব বিচাৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd