• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উজনি-নামনিৰ পিছত এইবাৰ গুৱাহাটীৰ মহাবিদ্যালয়ত ‘কাঞ্চনজংঘা’ৰ প্ৰচাৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 1, 2019 9:05 pm
Zubeen Garg

ফটো : নৰ্থ-ইষ্ট নাও

8.4k
VIEWS
Share on FacebookShare on Twitter

অহা ৬ ছেপ্তেম্বৰত মুক্তি পাব লগীয়া ‘কাঞ্চনজংঘা’ৰ প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত হৈছে জুবিন গাৰ্গ।

ৰাজ্যজুৰি চলোৱা প্রচাৰ অভিযানৰ পাছত আজি জুবিন গাৰ্গ আৰু কাঞ্চনজংঘাৰ টীমে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলায়।

প্ৰচাৰৰ সময়ত জুবিনে কয়, ‘এইখন নতুন প্ৰজন্মৰ চিনেমা। সেয়ে চিনেমাখন নিৰ্মাণ কৰোতে ১৮ বছৰ ৰৈ দিলো। শিশুসকলে চিনেমাখন বুজি নাপাব কিন্তু যদি মোক ভাল পায় তেন্তে তেওঁলোকেও চাব আহিব পাৰে’।

‘চিনেমাখন হৈছে বৰ্তমানৰ চিষ্টেম আৰু জাত-পাতৰ বিৰুদ্ধে’। এইদৰে কাঞ্চনজংঘাৰ প্ৰচাৰ চলায় জুবিনে।

ইফালে কাঞ্চনজংঘাৰ সৈতে চুক্তিবদ্ধ হৈছে PAYtm। এই কথা জানিবলৈ দি জুবিনে কয় যে যিকোনো চিনেমাগৃহত কাঞ্চনজংঘা চালে দৰ্শকে ৫০ টকা cashback পাব।

আনহাতে ASTC গ’ল্ড চিনেমাত কাঞ্চনজংঘা চোৱা দৰ্শক সকলৰ মাজৰ পৰা লটাৰী যোগে এজনক নিৰ্বাচন কৰি ১লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব বুলি গ’ল্ড চিনেমাৰ স্বত্তাধিকাৰী ৰাজীৱ বৰাই জানিবলৈ দিয়ে।

উল্লেখ্য যে আজিৰ এই প্ৰচাৰ অভিযানৰ সময়ত জুবিন গাৰ্গৰ সৈতে আছিল গ’ল্ড চিনেমাৰ স্বত্তাধিকাৰী ৰাজীৱ বৰা।

খানাপৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ পিছতেই ছবিখনৰ প্ৰচাৰৰ বাবে জুবিন পোনে পোনে সন্দিকৈ কলেজলৈ ৰাওনা হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd