• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি জুবিনৰ জন্মদিন : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পীগৰাকীলৈ অনুৰাগীয়ে জনালে অযুত শুভেচ্ছা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2018 10:07 am
njjCVI0e

জুবিন গাৰ্গ। ফটো : টুইটাৰ

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব, সাম্প্ৰতিক সময়ৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ওপজা দিন। সুদীৰ্ঘ দিন জুবিনৰ সুৱদী কণ্ঠই সন্মোহিত কৰি ৰাখিছে অসমৰ সংগীতপ্ৰেমী জনতাক। সৰ্বত্ৰ সমাদৃত জুবিনৰ সামাজিক দায়বদ্ধতাৰ দিশটোৱেও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। সেয়ে, আজি নিজৰ মৰমৰ শিল্পীগৰাকীৰ ওপজা দিনত অজস্ৰজনে হিয়া উবুৰি আশীৰ্বাদ দিছে শিল্পীগৰাকীক।

ছ’চিয়েল মিডিয়াত ইতিমধ্যে শিল্পীগৰাকীক ওপজা দিনৰ বাৰ্তা প্ৰেৰণেৰে গুণমুগ্ধসকলে শুভেচ্ছা জনাইছে। জুবিনৰ বিভিন্ন সময়ৰ স্মৃতি সোঁৱৰাই অনুৰাগীসকলে প্ৰশংসাৰে ওপচাই পেলাইছে শিল্পীগৰাকীক।

Apply Now

অতি স্পষ্টবাদী আৰু ৰাইজৰ ভাষা নিজৰ ভংগীমাৰে সদৰী কৰি জুবিন সৰ্বসাধাৰণৰ নিচেই আপোন হৈ পৰে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো অসমৰ বৃহত্তৰ ৰাইজৰ প্ৰতিবাদী কণ্ঠস্বৰক নতুন মাত্ৰা প্ৰদান কৰি জুবিন হৈ পৰিছে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু।

আনহাতে, নিজৰ জন্মদিনৰ এদিন পূৰ্বে জুবিন গাৰ্গে ব্যতিক্ৰমী ৰূপত নিজৰ জন্মদিন পালন কৰে। শনিবাৰে মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আয়ুৰচন্দ্ৰা হাস্পাতালত শিল্পী গৰাকীয়ে নিজৰ জন্মদিন উদযাপন কৰে। জন্মদিন উপলক্ষে জুবিনে হাস্পাতালখনৰ ৰোগীসকলৰ মাজত ফলমূল আদি বিতৰণ কৰে।

তদুপৰি, উক্ত চিকিৎসালখনত শনিবাৰৰে পৰা অনুষ্ঠিত হৈছে কাঞ্চনজংঘা মেগা স্বাস্থ্য শিবিৰ। কাঞ্চনজংঘা মেগা স্বাস্থ্য শিবিৰ মুকলি অনুষ্ঠানত জুবিন গাৰ্গৰ লগত জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাও উপস্থিত থাকে।

শনিবাৰৰ আয়ুৰচন্দ্ৰাৰ অনুষ্ঠানটোৰ মাজতে জুবিনে তেওঁৰ আহিবলগীয় নতুন ছবি কাঞ্চনজংঘাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি নৱবৰ্ষত এখন নতুন ছবি “বাঘ” নিৰ্মাণ কৰাৰ কথাও সদৰী কৰে শিল্পী জুবিন গাৰ্গে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd