DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

গৃহীত হ’ল কৃষি আইন বাতিল বিধেয়ক, তথাপি প্ৰতিবাদস্থলী নেৰে কৃষকে! কিয় এই সিদ্ধান্ত প্ৰতিবাদী কৃষকৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2021 8:41 pm
Rakesh Tikait
199
VIEWS
Share on FacebookShare on Twitter

বহুচৰ্চিত কৃষি আইন বাতিল বিধেয়ক আজি দুই সদনত গৃহীত হ’ল। কিন্তু কৃষি আইন বাতিলৰ পিছতো প্ৰতিবাদস্থলী ত্যাগ নকৰে প্ৰতিবাদী কৃষকে। এই কথা সদৰী কৰিছে কৃষক আন্দোলনৰ অন্যতম নেতা ৰাকেশ টিকাইটে।

ভাৰতীয় কিষাণ ইউনিয়নৰ নতাগৰাকীয়ে আজি কয় যে নূন্যতম সমৰ্থন মূল্য (MSP) আৰু অন্যান্য বিষয়ত আলোচনা নহ’লে কৃষকসকলে প্ৰতিবাদস্থলী এৰি নাযায়।

“চৰকাৰে বিচাৰে যে দেশত কোনো প্ৰতিবাদ হোৱা উচিত নহয় কিন্তু আমি আমাৰ অন্যান্য দাবীকে ধৰি MSP ৰ ওপৰত কোনো আলোচনাৰ আগতে প্ৰতিবাদস্থলী এৰি নাযাম।” সংবাদ মাধ্যমৰ আগত আজি এই মন্তব্য কৰে টিকাইটে।

লোকসভাত কৃষি আইন বাতিল বিধেয়ক, ২০২১ গৃহীত হোৱাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বিকেইউ- ৰ নেতাজনে কয়, “আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা ৭৫০ জন কৃষকৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। প্ৰতিবাদ অব্যাহত থাকিব কিয়নো এমএছপিকে ধৰি অন্যান্য বিষয়সমূহ এতিয়াও অমীমাংসিত হৈ আছে।”

উল্লেখ্য যে যোৱা ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। কৃষক নেতা টিকাইটে তেতিয়াই স্পষ্ট কৰি দিছিল যে সংসদত আইন বাতিল নোহোৱা পৰ্যন্ত আৰু MSP সন্দৰ্ভত আলোচনা নহ’লে প্ৰতিবাদ অব্যাহত থাকিব।

আজি সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিৰোধী সদস্যসকলে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ পিছত লোকসভা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। নিম্ন সদন পুনৰ আৰম্ভ হোৱাৰ পিছত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ”কৃষি আইন বাতিল বিধেয়ক, ২০২১ উত্থাপন কৰে। কোনো আলোচনা অবিহনেই আজি চৰকাৰে কৃষি আইন বাতিল বিধেয়ক সংসদত গৃহীত কৰে।

Recent News

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd