• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ মোদী চৰকাৰ: পুনৰ দিল্লী কঁপাবলৈ সাজু হৈছে সংযুক্ত কিষাণ মৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2023 9:06 am
kisan mahapanchayat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে গঢ়ি তোলা ঐতিহাসিক কৃষক আন্দোলনৰ সময়ত এম এছ পি সন্দৰ্ভত পেনেল গঠন আৰু কৃষকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰাকে ধৰি প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণত উপেক্ষা কৰাৰ প্ৰতিবাদত তিনি বছৰ পাছত পুনৰ দিল্লী কঁপাবলৈ সাজু হৈছে সংযুক্ত কিষাণ মৰ্চা।

মোদী চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত কৃষকসকলৰ উমৈহতীয়া সংগঠন সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত দিল্লীৰ ৰামলীলা ময়দানত সমবেত হ’বলৈ সাজু হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক। সমান্তৰালভাৱে এঘাৰখন ৰাজ্যৰ পৰা ৰামলীলা ময়দানলৈ প্ৰতিবাদী সমদল উলিয়াবলৈ সাজু হৈছে সৰ্বভাৰতীয় কিষাণ মজদুৰ সভাৰ কাৰ্যকৰ্তাসকল।

Apply Now

সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত কাইলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ ৰামলীলা ময়দানত সহস্ৰাধিক কৃষকে ‘মহাপঞ্চায়ত’ অনুষ্ঠিত কৰিব। এই সন্দৰ্ভত আৰক্ষীয়ে উল্লেখ কৰা মতে, শনিবাৰৰ পৰাই ১১ খন ৰাজ্যৰ কৃষকসকলে দিল্লীত মহাপঞ্চায়তৰ উদ্দেশ্যে উপস্থিত হৈছে।

সংযুক্ত কিষাণ মৰ্চাৰ কেন্দ্ৰীয় সমন্বয় সমিতিৰ সদস্য ড০ আশীষ মিট্টালে কয় যে ভাৰতীয় কৃষি ব্যৱস্থা কৰ্পৰেট আৰু বিদেশী গোষ্ঠীৰ পৰা ৰক্ষা কৰাৰ লগতে জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰি ভাৰতীয় অৰ্থনীতি উন্নত কৰাৰ দিশত কৃষকৰ আয় নিশ্চিত কৰাৰ গুৰুত্ব বৃদ্ধি পাইছে।

তেওঁ লগতে অভিযোগ কৰে যে মোদী চৰকাৰে মুঠ উৎপাদন ব্যয়ৰ ৫০ শতাংশৰ ওপৰত নূন্যতম সমৰ্থন মূল্য কাৰ্যকৰী কৰাৰ লিখিত আশ্বাস দিছে। চৰকাৰে এখন কমিটী গঠন কৰিছিল যদিও এই কমিটীত কৰ্পৰেটৰ পক্ষত থকা ২৬ গৰাকী সদস্য আছিল আৰু কৃষকৰ এম এছ পিৰ দাবীৰ মুকলি বিৰোধিতা কৰিছিল বুলি তেওঁ অভিযোগ তুলিছে।

তেতিয়াৰ পৰাই মোদী চৰকাৰে ফছফেট সাৰৰ দাম ৫০ শতাংশ বৃদ্ধি কৰাৰ লগতে খাদ্য ৰাজসাহায্য আৰু এম জি এনৰেগাৰ বাজেটতো উদ্বেগজনকভাৱে কৰ্তন কৰিছে বুলি মিট্টালে ক্ষোভ প্ৰকাশ কৰে।

বৃহৎ কৰ্পৰেট হাউচ আৰু বহুজাতিক কোম্পানীৰ বাবে ভাৰতীয় কৃষকৰ স্বাৰ্থ যাতে আপোচ কৰা নহয় তাৰ বাবে সংযুক্ত কিষাণ মৰ্চাই এই নীতিসমূহৰ বিৰোধিতা কৰিব বুলি স্পষ্ট কৰি দিছে ড০ আশীষ মিট্টালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd