DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 5:55 pm
Farmers protest
102
VIEWS
Share on FacebookShare on Twitter

দিনজোৰা ধৰ্মঘটৰ পিছত আজি বিয়লি কৃষি ভৱনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ সৈতে সাক্ষাৎ কৰে সংযুক্ত কিষাণ মৰ্চাৰ ১৫ জনীয়া এটি প্ৰতিনিধি দলে। প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি দাবী চনদ দাখিল কৰে।

সংযুক্ত কিষাণ মৰ্চাই লগতে কেন্দ্ৰীয় চৰকাৰে নূন্যতম সমৰ্থন মূল্য (এম এছ পি), ঋণ ৰেহাই, পেঞ্চন আইনকে ধৰি আন বিষয়সমূহত দাবী পূৰণ নকৰিলে আন এক প্ৰতিবাদ আৰম্ভ কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিছে।

এই সন্দৰ্ভত কৃষক নেতা দৰ্শন পালে ৰামলীলা ময়দানত সমবেত হোৱা কৃষকসকলক সম্বোধন কৰি কয় যে কৃষক সকলৰ আন কেতবোৰ অমীমাংসিত সমস্যা আছে আৰু এই সমস্যাসমূহে আন এক আন্দোলন দাবী কৰে।

“আমি অহা ৩০ এপ্ৰিলত দিল্লীত আন এখন বৈঠক আহ্বান কৰিম। মই সকলো কৃষক সংঘকে নিজ নিজ ৰাজ্যত ৰেলী উলিয়াবলৈ আৰু বৈঠকৰ প্ৰাকমুহুৰ্তত পঞ্চায়ত পাতিবলৈ অনুৰোধ কৰিছো।”– তেওঁ লগতে কয়।

“আমি দৈনিক প্ৰতিবাদ কৰিব নিবিচাৰো কিন্তু আমি কৰিবলৈ বাধ্য হৈছো। চৰকাৰে যদি আমাৰ দাবীক গুৰুত্ব নিদিয়ে তেন্তে আমি আন এটা আন্দোলন আৰম্ভ কৰিম। এই আন্দোলন কৃষি আইন বিৰোধী প্ৰতিবাদতকৈও ডাঙৰ হ’ব।”- কৃষক নেতাগৰাকীয়ে লগতে কয়।

এম এছ পিৰ বাবে আইন প্ৰণয়ন, সম্পূৰ্ণ ঋণ ৰেহাই, পেঞ্চন, শস্যৰ বীমা, কৃষকৰ বিৰুদ্ধে পঞ্জীয়নভুক্ত গোচৰ প্ৰত্যাহাৰ কৰা, কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আদি দাবী দাবী চনদত অন্তৰ্ভুক্ত আছে বুলি পালে সদৰী কৰে।

ইফালে প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰি কাৰাগাৰত বন্দী কৰাৰ লগতে শিলাবৃষ্টি আৰু আবতৰীয়া বৰষুণৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।

ইফালে কৃষক নেতা পালে লগতে সদৰী কৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী টোমৰে সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধি দলটোক সাক্ষাতৰ সময়ত কৃষকসকলক বিদ্যুৎ ৰাজসাহায্য বিদ্যুৎ আইনৰ পৰা ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰিছে।

কৃষকসকলৰ এই দাবী ইতিমধ্যে পূৰণ হৈছে আৰু এয়া সংযুক্ত কিষাণ মৰ্চাৰ ছ বাবে ই এক বৃহৎ জয় বুলি মন্তব্য কৰে দৰ্শন পালে। শিলাবৃষ্টি আৰু আবতৰীয়া বৰষুণৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দিবলৈ ইতিমধ্যে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে বুলিও কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ কথা সদৰী কৰে পালে।

Recent News

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd