• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ কঁপিব দিল্লী: ফ্ৰেব্ৰুৱাৰীত দিল্লীলৈ সমদলৰ পৰিকল্পনা কৃষক সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2023 9:16 am
farmers protest
735
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিক লৈ পুনৰ আন্দোলনমুখী হোৱাৰ পৰিকল্পনা কৰিছে কৃষক সংস্থা সংযুক্ত কিষাণ মৰ্চাই।

অহা তিনিমাহত সমগ্ৰ দেশতে মহাপঞ্চায়ত অনুষ্ঠিত কৰি ফেব্ৰুৱাৰীত দেশৰ ৰাজধানী দিল্লীলৈ এক প্ৰতিবাদী সমদল উলিয়াবলৈ সাজু হৈছে কৃষক সংস্থাটো।

কালি এক ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সংযুক্ত কিষাণ মৰ্চাই বিভিন্ন দাবীক লৈ আগন্তুক আন্দোলনৰ কৌশল প্ৰণয়ন কৰে।

এই সভাতে চৰকাৰৰ কৃষক বিৰোধী নীতি আৰু কৃষকৰ দাবীৰ বিষয়ে কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে আগন্তুক তিনিমাহত সমগ্ৰ দেশতে ২০খন মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এই মহাপঞ্চায়তসমূহ আয়োজন কৰাৰ পিছত অহা বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত দিল্লীলৈ প্ৰতিবাদী সমদলৰ এক কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে বুলি সংস্থাটোৱে এক বিবৃতিত উল্লেখ কৰে।

এম এছ পি আইন, ঋণ ৰেহাই, বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু ৬০ বছৰৰ ওপৰৰ কৃষকক পেঞ্চন দিয়াকে ধৰি মূল আঠটা দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিছে কৃষকসকলে।

ইফালে এই বৈঠকত সকলো কৃষক সংগঠনে সৰ্বসন্মতিক্ৰমে দিল্লীৰ প্ৰদূষণৰ বাবে কৃষকক জগৰীয়া কৰাৰ বাবে কেন্দ্ৰ আৰু দিল্লী চৰকাৰক গৰিহণা দি এক প্ৰস্তাৱ গৃহীত কৰে।

বিবৃতিটোত সংযুক্ত কিষাণ মৰ্চাই কয় যে ধান চপোৱাৰ কাম ছেপ্টেম্বৰৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হয় যদিও অক্টোবৰ মাহত প্ৰদূষণ বৃদ্ধি নহয়।

উৎসৱৰ বতৰ আহি পোৱাৰ পিছতহে দিল্লীত এই প্ৰদূষণ বাঢ়ি যায় বুলি দাবী কৰে কৃষক সংস্থাটোৱে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd