• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহেন্দ্ৰ সিং ধোনীৰ সৈতে একেলগে ভাৰতীয় দলৰ হৈ খেলাৰ ইচ্ছা বেগী বলাৰ দীপক চাহাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2020 8:36 am
Deepak Chahar

দীপক চাহাৰ আৰু ধোনী

440
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় এপ ইষ্টাগ্ৰামৰ এটা লাইভ ভিডিঅ’ত ভাৰতীয় দলৰ বেগী বলাৰ দীপক চাহাৰে তেওঁ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অনুগামী বুলি উল্লেখ কৰি পুনৰ ভাৰতীয় দলত ধোনীৰ সৈতে খেলাৰ বাবে ইচ্ছা ব্যক্ত কৰে।

‘‘মই প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অনুগামী আৰু মই তেওঁৰ সৈতে ভাৰতীয় দলত পুনৰ খেলিব বিচাৰো,’’ চাহাৰে কয়।

‘‘মই ধোনীক পুনৰ নীলা জাৰ্চি পৰিধান কৰাটো বিচাৰো আৰু ধোনীৰ অন্তিমখন খেলত ভাৰতীয় দলৰ অংশ হ’ব বিচাৰো,’’ বেগী বলাৰ গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইন, তাৰকা বেটছমেন কেভিন পিটাৰছেন আৰু ৰোহিত শৰ্মায়ো ধোনীক প্ৰশংসা কৰিছিল।

নাছিৰ হুছেইনে ধোনীৰ দৰে ক্ৰিকেটাৰক অৱসৰৰ কথা কোৱা সকলে নিজৰ সফলতাৰ ইতিহাস চোৱাৰ উচিত বুলি মন্তব্য কৰাৰ  বিপৰীতে কেভিন পিটাৰছেনে ধোনীক সৰ্বাকালৰ শ্ৰেষ্ঠ অধিনায়ক আখ্যা দি ধোনীক এই স্থান নিদিলে অন্যায় কৰা হ’ব বুলি কৈছিল।

মহেন্দ্ৰ সিং ধোনী বিগত বৰ্ষত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পাছৰে পৰা খেলপথাৰৰ পৰা আতৰত আছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd