• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 8:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ধৃত অভিনেত্ৰী গৰাকীৰ গাড়ীৰ খুন্দাত গুৰুতাৰ ভাবে আঘাত প্ৰাপ্ত পলিটেকনিকৰ ছাত্ৰ জনৰ মৃত্যুৰ পিছতে তেওঁক আটক কৰিছে আৰক্ষীয়ে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই। 

এই ঘটনাটো যোৱা ২৫ জুলাইৰ পুৱা প্ৰায় ৩ বজাত কাহিলীপাৰাৰ সমীপত সংঘটিত হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, নন্দিনী কাশ্যপে চলাই অহা তীব্ৰবেগী গাড়ীয়ে মটৰ চাইকেলত থকা ছমিউল হকক খুন্দা মাৰে। এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নলবাৰী পলিটেকনিকৰ ছাত্ৰ ছামিউল হকৰ। ছাত্ৰ জনক ততাতৈয়াকৈ চিকৎসালয়ত ভৰ্তি কৰে। চাৰিদিন ধৰি মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে  ছামিউলে। এই অকাল মৃত্যুৱে তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু নলবাৰী পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

Apply Now

উল্লেখ্য যে অভিনেত্ৰী গৰাকীৰ এনে দায়িত্বহীনতাৰ প্ৰতি ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ। ধৃত অভিনেত্ৰীগৰাকীৰ বাহন খনৰ ওপৰত তীব্ৰবেগত গাড়ী চলোৱাৰ বাবে ৫ খম কৈ চালান আছে। যি সমূহ অনাদায় হৈ আছে।

ইফালে সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই দিছপুৰ আৰক্ষী থানাত নন্দিনী কাশ্যপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি অসাৱধানতা আৰু গাফিলতিৰে গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৱে ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ধাৰা ২৭৯ (ৰেছ ড্ৰাইভিং) আৰু ৩০৪এ (গাফিলতিৰ ফলত মৃত্যু)ৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সংগঠনৰ কাৰ্যকৰী সভাপতি নয়ন মাধৱ গগৈ আৰু সাধাৰণ সম্পাদক আয়ুষ্মান ধডুমিয়াই স্বাক্ষৰিত এক বিবৃতিত এই ঘটনাক “অপৰাধমূলক গাফিলতি” বুলি অভিহিত কৰি ন্যায়ৰ বাবে কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাই কয় যে “আমি তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সাজু আৰু প্ৰয়োজন হ’লে সাক্ষী বা অতিৰিক্ত তথ্য প্ৰদান কৰিব পাৰো।”

প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে নিশা উত্তৰ গুৱাহাটীৰ ৰাজধানী থিয়েটাৰৰ আখৰা চৌহদৰ পৰা নন্দিনী কাশ্যপক আৰক্ষীয়ে জিম্মাত লয়। জানিব পৰা মতে, তেওঁক আখৰাৰ পৰা ওলাই অহাৰ সময়ত শৰাইঘাট দলঙৰ সমীপত আটক কৰা হয়। যদিও আনুষ্ঠানিক গ্ৰেপ্তাৰৰ বিষয়ে কৰ্তৃপক্ষই এতিয়াও নিশ্চিত কৰা নাই।

এতিয়া জনসাধাৰণৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপৰ সৈতে দুই বছৰৰ চুক্তি বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। থিয়েটাৰৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, “ৰাজধানী থিয়েটাৰৰ ভাবমূৰ্তি আৰু বিশ্বাসযোগ্যতা আমাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি নন্দিনী কাশ্যপৰ সৈতে আমাৰ চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছো।”

আশা কৰা হৈছে যে ভুক্তভোগীৰ পৰিয়ালে উচিত ন্যায় লাভ কৰিব। শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে জেৰাৰ পিছত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd