• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাবালিকা কন্যাক ধাৰাবাহিক যৌন নিৰ্যাতন পিতৃৰ : অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 12, 2020 8:26 pm

1 min read

index.jpg

প্ৰতিকী ছবি

654
VIEWS
Share on FacebookShare on Twitter

নিজ পিতৃৰ বিকৃত যৌন কামনাৰ বলি হৈছে এগৰাকী কিশোৰী।

নৱম শ্ৰেণীত অধ্যয়নৰত নিজ কন্যাক যৌন নিপীড়ন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিতৃ গৰাকীক।

ঘটনাৰ বিৱৰণীৰ মতে, পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগাণা জিলাৰ বুড়ালুৰ বাসিন্দা পিতৃ গৰাকীয়ে ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি নিজ কন্যাক দীৰ্ঘ দিন ধৰি যৌন নিৰ্যানত চলাই আহিছিল।

আৰক্ষীয়ে জনোৱা মতে পিতৃ গৰাকীয়ে এই কথা ৰাজহুৱা নকৰিবলৈ কিশোৰী কন্যাক ভাবুকিও দি আহিছিল।

কিন্তু শুকুৰবাৰে সমগ্ৰ ঘটনাটো কিশোৰী গৰাকীয়ে মাহীয়েকক অৱগত কৰে।

ইয়াৰ পিছতে শুকুৰবাৰৰ ৰাতিয়ে মাহীয়েকৰ সৈতে নৰেন্দ্ৰপুৰ আৰক্ষী থানাত উপস্থিত হৈ কিশোৰী গাৰীকয়ে পিতৃৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

লিখিত অভিযোগ পোৱাৰ পিছত ৰাতিয়ে কিশোগৰাকীৰ পিতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইফালে নিৰ্যাতিতা কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বুলি জাবিনলৈ দিয়ে আৰক্ষীয়ে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্থানীয় লোকে অভিযুক্ত পিতৃ গৰাকীৰ কঠোৰতম শাস্তিৰ দাবী কৰিছে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd