• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জীয়েকৰ বাবে এন্দ্ৰইড মোবাইল কিনি দিব নোৱাৰা অসহায় পিতৃৰ আত্মহত্যা

NE NOW NEWS তন্ময় চক্ৰৱৰ্তি
আগৰতলা , July 2, 2020 12:48 pm

2 min read

জীয়েকৰ বাবে এন্দ্ৰইড মোবাইল কিনি দিব নোৱাৰা অসহায় পিতৃৰ আত্মহত্যা

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত সংঘটিত হৈছে এটি কৰুণ ঘটনা। নিজ কন্যাক এটা এন্ড্ৰইড মোবাইল কিনি দিব নোৱাৰাৰ দুখত এজন পিতৃয়ে আত্মহত্যা কৰা ঘটনাই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দশম শ্ৰেণীত অধ্যয়ণৰত নিজৰ কন্যাই অনলাইন ক্লাছত অংশ ল’বৰ বাবে দেউতাকৰ পৰা এটা মোবাইল ফোন বিচাৰিছিল।

কিন্তু লকডাউনৰ বাবে আৰ্থিক সংকটত ভোগা পিতৃয়ে মোবাইলটো কিনি দিব নোৱাৰাত নিজৰ পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

আত্মহত্যা কৰা লোকজন সুকুমাৰ ভৌমিক (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছিল।

এই ঘটনাটো সংঘটিত হৈছে চেপাহিজালা জিলাৰ বিশালগড় মহকুমাৰ অন্তৰ্গত ঘনিয়ামাৰাত।

সুকুমাৰৰ পৰিয়ালত আছিল পত্নী, দুগৰাকী জীয়েক আৰু এজন পুত্ৰ। তেওঁৰ জ্যেষ্ঠ কন্যাগৰাকী বিশালগড় মহকুমাস্থিত এখন স্কুলত দশম শ্ৰেণীত পঢ়ি আছে।

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে বিদ্যালয় বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে আৰম্ভ কৰা অনলাইন ক্লাছৰ বাবে জীয়েকজনীয়ে বিচাৰিছিল এটা এন্দ্ৰইড মোবাইল ফোন।

আৰ্থিক অৱস্থাই কোঙা কৰা পিতৃয়ে এন্দ্ৰইড ফোনৰ বিপৰীতে মঙলবাৰে জীয়েকক এটা সাধাৰণ মোবাইল ফোন কিনি দিছিল।

এন্দ্ৰইড ফোনৰ বিপৰীতে সাধাৰণ মোবাইল কিনি দিয়াত জীয়েকজনীয়ে খং কৰি পৰিয়ালৰ আন সদস্যৰ সন্মুখতে ফোনটো দলিয়াই দিয়ে।

জীয়েকৰ এনে আচৰণত অত্যন্ত দুখ পাই পিতৃ সুকুমাৰে মঙলবাৰে নিশাই আত্মহত্যা কৰে। বুধবাৰে তেওঁৰ মৃতদেহ চীপ লৈ থকা অৱস্থাত নিজ ঘৰতে উদ্ধাৰ হয়।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd