• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০২ টা সন্তানৰ পিতৃৰ ১২ গৰাকী পত্নীক নিৰ্দেশ, ‘আৰু নহয়, এতিয়া গৰ্ভনিৰোধক টেবলেট খোৱা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 7:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Father of 102 children from 12 wives উগাণ্ডাৰ বুগুচাৰ বাসিন্দা মুছা হাছায়াৰ অৱশেষত ৬৭ বছৰ বয়সত সংজ্ঞা ঘূৰি আহিছে। তেওঁ পত্নীসকলক কৈছে, আৰু নহয়, এইবাৰ সকলোৱে গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰিব লাগিব। মন কৰিব লগীয়া যে মুছাৰ পত্নীৰ সংখ্যা ১২ টা, সন্তানৰ সংখ্যা ১০২টা, নাতি-নাতিনীৰ সংখ্যা বেছি নহয়, ৫৬৮টা। তেওঁৰ পৰিয়ালটো প্ৰায় এখন সৰু গাওঁৰ দৰে।

আৰম্ভণিতে মুছাই বিচাৰিছিল যে পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি হওক। কাৰণ তেওঁ প্ৰয়োজনতকৈ বহুত বেছি উপাৰ্জন কৰিছিল। কিন্তু বিষয়টো নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ লগে লগে সমস্যাটো আহিল। ইপিনে, পত্নীসকল এতিয়াও গৰ্ভধাৰণ কৰিবলৈ সক্ষম। সেয়েহে মুছাই কঠোৰ নিৰ্দেশনা দিছে।

মুছা হাছায়া পেছাত এজন ব্যৱসায়ী। তেওঁৰ বহুতো পৈতৃক সম্পত্তিও আছিল। ফলস্বৰূপে, তেওঁ উপাৰ্জন আৰু ব্যয়ৰ কথা ভাবিছিল। সেয়া আছিল ১৯৭১ চনৰ কথা। স্কুলৰ শিক্ষা সাং কৰি ১৬ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। হানিফাৰ প্ৰথম সন্তানৰ জন্ম দুবছৰ পিছত হৈছিল। প্ৰথমবাৰৰ বাবে পিতৃ হ’ল মুছা। তাৰ পিছত এটা এটাকৈ ১২ খন বিবাহ।

Apply Now
নিজৰ ভৰপূৰ সংসাৰৰ সৈতে মুছা।

পিতৃ হোৱাৰ পৰ্যায়টো অব্যাহত থাকিল। এনেদৰেই ১০২ টা সন্তান। বাস্তৱিকতে পৰিপূৰ্ণ এখন পৃথিৱী। বহুতো ল’ৰা আৰু ছোৱালী ডাঙৰ-দীঘল হৈছে। ফলস্বৰূপে, মুছাৰ নাতি-নাতিনীৰ সংখ্যা হৈছে ৫৬৮টা। তেওঁলোকৰ সকলোৰে নামবোৰো মনত নাই বৃদ্ধ মুছাৰ!

বহুতো সম্পত্তিৰ গৰাকী মুছাও এখন গাওঁৰ মুৰব্বীও। তেওঁৰ বৃহৎ ঘৰ। তাত এক ডজন পত্নীৰ প্ৰতিগৰাকী বাবে পৃথক কোঠা আছে। কিন্তু অত্যাধিক একোৱে ভাল নহয়। ক্ষমতাশালী মুছা এতিয়া তেওঁৰ সন্তান আৰু নাতি-নাতিনীবোৰকলৈ চিন্তিত। আৰ্থিক সমস্যাত পৰিছে।

মুছাই চৰকাৰৰ সহায় বিচাৰিছে যাতে তেওঁৰ পৰিয়ালৰ সকলো নাবালক সদস্যই অধ্যয়নৰ সুযোগ পায়। তেওঁ কয়, “মই মোৰ ল’ৰা-ছোৱালীক আৰু ডাঙৰ-দীঘল কৰিব নোৱাৰো। মই সীমিত উপাৰ্জনেৰে পৰিয়ালটো চলাব নোৱাৰো। যদিও মোৰ ১২গৰাকী পত্নীৰ এতিয়াও সন্তান হ’ব পাৰে। সেয়েহে মই তেওঁলোকক পৰামৰ্শ দিছো, এই সময়ৰ পৰা সকলোৱে গৰ্ভনিৰোধক টেবলেট ব্যৱহাৰ কৰা উচিত।”

মুছাই তেনেকৈ কৈছে যদিও তেওঁৰ প্ৰথম পত্নী হানিফাই আনধৰণেহে কয়। তেওঁৰ মতে, তেওঁৰ স্বামীৰ আন ১১গৰাকী পত্নী থাকিলেও তাকলৈ কোনো অশান্তি হোৱা নাই। সতিনীয়েকসকলে একেলগে সংসাৰ কৰি আছে। স্বামীয়ে আৰ্থিকভাৱে চিন্তা কৰিলেও হানিফাই কয়, চলি গৈছেতো!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd