DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জামিন আবেদনৰ শুনানিৰ প্ৰাকমুহূৰ্তত ভীমা কৰেগাওঁ সংঘৰ্ষ গোচৰৰ অভিযুক্ত ফাদাৰ ষ্টান স্বামীৰ মৃত্যু

স্বামীৰ বিৰুদ্ধে অভিযোগ আছিল মাওবাদীৰে সম্পৰ্ক ৰক্ষা কৰাৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2021 4:16 pm
bhina
157
VIEWS
Share on FacebookShare on Twitter

২০১৮ চনৰ ১ জানুৱাৰীৰ দিনা মহাৰাষ্ট্ৰৰ ভীমা কৰেগাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ এগৰাকী প্ৰধান অভিযুক্ত ফাদাৰ ষ্টান স্বামীৰ আজি দুপৰীয়া ১.৩০ বজাত মৃত্যু ঘটে।

আজি বোম্বে উচ্চ ন্যায়ালয়ত দিনৰ ২.৩০ বজাত স্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল। শুনানিৰ পূৰ্বেই স্বামীৰ মৃত্যু ঘটে।

উল্লেখ ২০১৮ চনৰ ১ জানুৱাৰীৰ দিনা ভীমা কৰেগাঁৱত দলিত সম্প্ৰদায়ৰ লোকসকলে ভীমা কৰেগাঁৱ যুদ্ধৰ ২০০ বৰ্ষপূৰ্তি উপলক্ষ্যে এক বিজয় উৎসৱ অনুশ্ঠিত কৰিছিল।উক্ত উৎসৱৰ সময়তে দুস্কৃতিকাৰীয়ে উৎসৱত ভাগ লোৱা লোকসকলক আক্ৰমণ কৰাত এটি কিশোৰ নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল।

ঘটনাৰ পৰৱৰ্তী সময়ত সমগ্ৰ মহাৰাষ্ট্ৰতে হিংসাত্মক ঘটনাই গা কৰিছিল।

উক্ত ঘটনাক উদগনি দিয়াৰ অভিযোগত আৰক্ষীয়ে ফাদাৰ ষ্টান স্বামীক গ্ৰেপ্তাৰ কৰিছিল।

স্বামীয়ে চিপিআই (মাওবাদী) সমৰ্থিত বিস্তাপন বিৰোধী জন বিকাশ আন্দোলনৰ সৈতে জৰিত থকাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

কিন্তু স্বাস্থ্যজনিত কাৰণত স্বামীক তালোজা কাৰাগাৰৰ পৰা মুম্বাইৰ হলি ফেমিলী হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছিল।

আজি চিকিৎসালয়তে স্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ।

কিছুদিন পূৰ্বে তেওঁ কোভিডতো আক্ৰান্ত হৈছিল।

উল্লেখ্য উক্ত একেটা গোচৰতে আৰক্ষীয়ে সমাজকৰ্মী ভাৰভাৰা ৰাও, সুধা ভৰদ্বাজ আদি ব্যক্তিসকলো গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধেও মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ অনা হৈছিল।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd