• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটুক্তিৰ বলি হোৱা মেক্সিকোৰ ফাতিমা বছে লাভ কৰিলে ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2025 11:54 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সময় অনুসৰি আজি (২১ নৱেম্বৰৰ) পুৱা ৬.৩০ বজাৰ পৰা থাইলেণ্ডৰ বেংককত আৰম্ভ হয় ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ চূড়ান্ত প্ৰতিযোগিতা। অন্তিম পৰ্যায়ত কেইবাটাও পৰ্যায়ৰ মাজেৰে পাৰ হৈ পাঁচখন দেশৰ প্ৰতিনিধিয়ে মিছ ইউনিভাৰ্ছৰ ফাইনেলত প্ৰৱেশ কৰে।

চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল – মিছ ইউনিভাৰ্ছ থাইলেণ্ড, মিছ ইউনিভাৰ্ছ ফিলিপাইনছ, মিছ ইউনিভাৰ্ছ ভেনিজুৱেলা, মিছ ইউনিভাৰ্ছ মেক্সিকো আৰু মিছ ইউনিভাৰ্ছ আইভৰি কোষ্ট। তাৰ পিছত বিচাৰকসকলে সকলো প্ৰতিযোগীক দুটাকৈ প্ৰশ্ন কৰে। সেই দুটা প্ৰশ্নৰ উত্তৰৰ ভিত্তিত মিছ ইউনিভাৰ্ছ ২০২৫ চূড়ান্ত কৰা হয়।

Apply Now

চূড়ান্ত পৰ্যায়ত ফাতিমাই শ্ৰেষ্ঠতাৰ খিতাপ লাভ কৰিছে। থাইলেণ্ডত মূল পৰ্যায় আৰম্ভ হোৱাৰ পূৰ্বে মিছ ইউনিভাৰ্ছ কৰ্তৃপক্ষই সকলোৰে সৈতে প্ৰি-পেজেণ্ট ইভেণ্টৰ আয়োজন কৰিছিল। নিয়ম অনুসৰি প্ৰতিযোগীসকলে মিছ ইউনিভাৰ্ছ অনুষ্ঠিত হোৱা দেশখনৰ প্ৰচাৰমূলক ভিডিঅ’ বনাব লাগে।

অফিচিয়েল ফটো শ্বুটৰ বাহিৰতো কিছু ফটো তোলা হৈছিল। কিন্তু মিছ ইউনিভাৰ্ছ মেক্সিকোৱে সেয়া সময়মতে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব নোৱাৰিলে। ইয়াৰ বাবেই মিছ ইউনিভাৰ্ছ থাইলেণ্ডৰ সঞ্চালক নাৱত ইটছাৰাগ্ৰিচিলে তেওঁক ‘ডাম্বহেড’ বুলি অভিহিত কৰি সকলোৰে সন্মুখত ঠাট্টা-মস্কৰা কৰিছিল।

মিছ মেক্সিকো ফাতিমা বছে লগে লগে এই কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ পোনপটীয়াকৈ কয়, ‘আপুনি মোক নাৰী হিচাপে উপযুক্ত সন্মান দিয়া নাই।’

তাৰপিছতো সঞ্চালকগৰাকীয়ে নিৰাপত্তা বাহিনীক মাতি শাসন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়ালৈকে আন প্ৰতিযোগীসকলে মিছ ইউনিভাৰ্ছ মেক্সিকোৰ পক্ষ লয়। সকলোৱে বহাৰ পৰা উঠি একেলগে হলঘৰৰ পৰা ওলাই আহে। মিছ ইউনিভাৰ্ছৰ এই অনুষ্ঠানটো ফেচবুকত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল।

ঘটনাৰ পিছতে মিছ ইউনিভাৰ্ছ মেক্সিকোৱে এক সাক্ষাৎকাৰত কয়, ‘একবিংশ শতিকাত এগৰাকী নাৰী কেতিয়াও পুতলা হ’ব নোৱাৰে। যি মন যায় ক’ব বা সাজ-পোছাক পিন্ধিব নোৱাৰিব। মই ইয়াত সকলো মহিলাক প্ৰতিনিধিত্ব কৰিবলৈ আহিছো। মোক অসন্মান কৰা মানে সমগ্ৰ নাৰী জাতিক অসন্মান কৰা।’

ঘটনাৰ পিছতে সঞ্চালকগৰাকীয়ে তিনিটা ভিন্ন স্থানৰ পৰা ক্ষমা বিচাৰে। কিন্তু মিছ ইউনিভাৰ্ছ কৰ্তৃপক্ষই সেই কথাত ভোল যোৱা নাছিল। এইবাৰে মিছ ইউনিভাৰ্ছ কৰ্তৃপক্ষই সঞ্চালকৰ দায়িত্ব দিয়া নাৱটক পদৰ পৰা অপসাৰণ কৰে।

MISS UNIVERSE 2025 ES FATIMA BOSCH, MISS UNIVERSE MEXICOOOOOO

“Porque los sueños se hacen realidad y por qué Dios así lo quiso, Fatima Bosch Fernández” MISS UNIVERSE 2025 🇲🇽🇲🇽🇲🇽#MissUniverse #missuniversemexico2025 #fatimabosch pic.twitter.com/Wt3gGhnWCB

— male¹¹ ♡ | 🏎️ (@jisemale) November 21, 2025

এই ঘটনাৰ পিছত মিছ ইউনিভাৰ্ছ মেক্সিকো ফাতিমা বছৰ জনপ্ৰিয়তা দ্ৰুতভাৱে বৃদ্ধি পালে। আনকি আন প্ৰতিযোগীসকলেও তেওঁৰ সৈতে অনুষ্ঠান বৰ্জন কৰি প্ৰশংসা লাভ কৰে। ফাইনেলত চমক দেখুৱাই নিজকে ‘ই্টেলিজেন্ট’ বুলি প্ৰমাণো কৰিলে। মিছ ইউনিভাৰ্ছ ২০২৫ প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হয় মিছ থাইলেণ্ড।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd