• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৃহ মন্ত্ৰ্যালয়ে বাতিল কৰিলে ৰাজস্থান বিশ্ববিদ্যালয়কে ধৰি ১৮০০তকৈ অধিক প্ৰতিষ্ঠানৰ FCRA লাইচেঞ্চ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 13, 2019 6:01 pm

2 min read

গৃহ মন্ত্ৰ্যালয়ে বাতিল কৰিলে ৰাজস্থান বিশ্ববিদ্যালয়কে ধৰি ১৮০০তকৈ অধিক প্ৰতিষ্ঠানৰ FCRA লাইচেঞ্চ

প্ৰতিনিধিত্বমূলক ছবি

740
VIEWS
Share on FacebookShare on Twitter

আইন উলংঘা কৰাৰ বাবে গৃহ মন্ত্ৰ্যালয়ে দেশৰ ১৮০০তকৈ অধিক NGO আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিদেশী অনুদান লাভ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

সংবাদ সংস্থা PTIৰ এক প্ৰতিবেদন মতে বিদেশী অনুদান (বিধি) অধিনিয়ম (FCRA)ৰ অধীনত যোৱা মঙলবাৰে চৰকাৰে উক্ত প্ৰতিষ্ঠানসমূহৰ লাইচেঞ্চ বাতিল কৰে।

FCRAৰ অধীনত পঞ্জীয়ন বাতিল হোৱা প্ৰতিষ্ঠান সমূহৰ ভিতৰত ৰাজস্থান বিশ্ববিদ্যালয়, এলাহাবাদ কৃষি প্ৰতিষ্ঠান, ইয়ং মেনছ খ্ৰিষ্টিয়ান এছ’চিয়েচন, গুজৰাট আৰু স্বামী বিবেকানন্দ এডুকেশ্যনেল ছ’চাইটি, কৰ্ণাটকো আছে।

পঞ্জীয়ন বাতিল হোৱা বাকি প্ৰতিষ্ঠান সমূহৰ ভিতৰত আছে নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্ছ ইনষ্টিটিউত, তেলেংগানা, নেশ্যনেল ইনষ্টিটিউত অৱ ভাইৰ’লজি, মহাৰাষ্ট্ৰ, বেপটিষ্ট খ্ৰিষ্টিয়ান এছ’চিয়েচন, মহাৰাষ্ট্ৰ ইত্যাদি।

‘FCRA পঞ্জীয়ন বাতিল কৰাৰ লগতে, সকলো NGO আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ বিদেশী ফাণ্ডিং বন্ধ কৰি দিয়া হৈছে।‘ গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াই কয়।

জানিব পৰা মতে বাৰে বাৰে নিৰ্দেশ দি অহাৰ পিছতো ৬ বছৰলৈকে বাৰ্ষিক আয়কৰ আৰু বিদেশী পুঁজি খৰচৰ হিচাপ জমা নিদিয়াৰ বাবেই উক্ত প্ৰতিষ্ঠান সমূহৰ FCRA পঞ্জীয়ন বাতিল কৰি দিয়া হয়।

উল্লেখযোগ্য যে ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ শাসনলৈ অহাৰ পিছৰ পৰাই গৃহ মন্ত্ৰ্যালয়ে ১৪,৮০০তকৈ অধিক বেচৰকাৰী প্ৰতিষ্ঠানৰ FRCA পঞ্জীয়ন বাতিল কৰিছে। ফলত উক্ত প্ৰতিষ্ঠান সমূহে বিদেশী পুঁজি লাভ কৰিব নোৱাৰিব।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd