DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হ’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ! হোজাইত ‘হাই এলাৰ্ট’ জাৰি

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 30, 2019 12:40 pm
হ’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ! হোজাইত ‘হাই এলাৰ্ট’ জাৰি

প্ৰতিনিধিত্বমূলক ছবি

1.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব। কিন্তু মোদীৰ শপত গ্ৰহণৰ প্ৰাকক্ষণত হোজাই জিলাৰ কেতবোৰ বিশেষ স্থানত সন্ত্ৰাসবাদী কুটাঘাটকে ধৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হোৱাৰ আশংকাত আৰক্ষীয়ে জিলাখনত ‘হাই এলাৰ্ট’ জাৰি কৰিছে।

মোদীৰ শপত গ্ৰহণৰ আগে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বুধবাৰৰ পৰা আৰক্ষীয়ে সমগ্ৰ জিলাখনত, বিশেষকৈ হোজাই নগৰকে ধৰি লংকা, যমুনামুখ আৰু লামডিং ৰে’লৱে ষ্টেশ্যন আদি জনসমাগম হোৱা ঠাই সমূহত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলিছে।

হোজাই আৰক্ষীয়ে জনোৱা মতে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ আগে আগে উল্লেখিত স্থানসমূহত সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ শ্লিপাৰ চে’ল সমূহে কুটাঘাত তথা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা চলাব পাৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত যি কোনোধৰণৰ অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে আৰক্ষীয়ে জিলাখনত সকৰ্তকা জাৰি কৰা বুলি সদৰী কৰে।

তদুপৰি কোনো লোকে যদি কিবা প্ৰকাৰৰ সন্দেহজনক বস্তু বা গতি-বিধি লক্ষ্য কৰে তেন্তে ১০০ ডায়েল কৰি স্থানীয় আৰক্ষী বা ০৬০০০৯২৪৭৫০ নম্বৰত ফোন কৰি হোজাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষত জনাবলৈ আৰক্ষীয়ে ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd