• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’ফেনি’’ৰ আশংকাত কলকাতাৰ পৰা সকলো বিমানৰ উৰণ বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2019 4:08 pm
Cyclone-Fani-All-flights-to-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্ভাৱ্য বিধ্বংসী ঘুৰ্ণী ‘’ফেনি’’ৰ আশংকাত কলকাতা বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া সকলোবোৰ বিমানৰ উৰণ শুকুৰবাৰে আবেলি ৩ বজাৰ পৰা শনিবাৰে পুৱা ৮ বজালৈকে বাতিল কৰা হৈছে।

‘’ফেনি’’ ঘুৰ্ণীৰ বিপৰ্যয়ৰ প্ৰতি দৃষ্টি ৰাখি অসামৰিক বিমান পৰিবহন বিভাগৰ সঞ্চালক প্ৰধানে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰত বিমানৰ চলাচল বন্ধ কৰাৰ নিৰ্দেশ দিছে।

Apply Now

পূৰ্বতে, সিদ্ধান্ত লোৱা মতে শুকুৰবাৰে ৰাতিপুৱা ৯.৩০ বজাৰ পৰা শনিবাৰে সন্ধিয়া ৬ বজালৈ কলকাতা বিমানবন্দৰৰ পৰা বিমানৰ উৰণ বন্ধ ৰখাৰ কথা আছিল। কিন্তু শুকুৰবাৰে ৰাতিপুৱাই উৰিষ্যাৰ উপকূলত বিধ্বংসী ধুমুহা ‘’ফেনি’’য়ে খুন্দা মৰাৰ পাছতে এই সময়ৰ সালসলনি ঘটোৱা হয়।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয় আৰু ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়াসকল অতি বিধ্বংসী ঘূৰ্ণী বতাহ ‘’ফেনি’’ৰ গতিকলৈ চিন্তিত হৈ পৰিছে। বিষয়াসকল ১৭৫ কিলোমিটাৰ বেগত অহা ধুমুহাটো ২৭৫ কিলোমিটাৰ স্পৰ্শ কৰিব পাৰে বুলি অধিক চিন্তিত হৈ পৰিছে।

আনহাতে, বিমানসেৱা বাতিলে কলকাতা বিমানবন্দৰৰ নিকট দূৰত্বত থকা উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বিমানসমূহক বেয়াকৈ প্ৰভাৱিত কৰিছে। এই অঞ্চলৰ ৰাজ্যসমূহৰ পৰা দৈনিক পোনপোটীয়াকৈ বিভিন্ন বিমান কলকাতালৈ আহে।

অসামৰিক বিমান পৰিবহন বিভাগৰ সঞ্চালক প্ৰধানে লগতে শুকুৰবাৰে ভুৱনেশ্বৰৰ পৰা যাত্ৰা কৰিবলগীয়া সকলো বিমানৰ উৰণ বাতিল কৰিছে। কলকাতা আৰু ভুৱনেশ্বৰৰ মাজত চলিবলগীয়া বিমানৰ উৰণ বিমান চলাচল নিয়ন্ত্ৰণ শাখাৰ ফালৰ পৰা সেউজ সংকেত পোৱাৰ পাছতহে আৰম্ভ কৰা হ’ব।

বাতৰি অনুসৰি, শনিবাৰলৈকে কলকাতা-চেন্নাই ৰে’লপথত চলিবলগীয়া ২০০তকৈয়ো অধিক ৰে’লৰ যাত্ৰা বন্ধ কৰা হৈছে। তদুপৰি, ৯খন ৰে’লৰ পথ সলনি কৰা হৈছে আৰু ৪ খনৰ যাত্ৰা সীমিত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd