DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাৰ্টুন-এনিমেচন ছৱিতো নাৰী চৰিত্ৰসমূহক বোৰ্খা পৰিধান কৰোৱাব লাগে! কোনে ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2021 9:01 am
210
VIEWS
Share on FacebookShare on Twitter

হিজাব অৰ্থাৎ মুখত বোৰ্খা পৰিধান কৰাইহে কাৰ্টুন আৰু এনিমেচন ছৱিত নাৰী চৰিত্ৰসমূহ উপস্থাপন কৰা উচিত।

ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান আয়াতুল্লা আলি খমেইনিয়ে সোমবাৰে এইদৰে এটা ফটোৱা জাৰি কৰিছে।

দেশখনৰ এটা বাতৰি প্ৰতিষ্ঠান টাছনিম নিউজ এজেন্সিৰ স’তে ৰাষ্ট্ৰপ্ৰধানজনৰে হোৱা এটা সাক্ষাৎকাৰত তেওঁ এইদৰে কয়।

ইৰাণৰ ৰাজনৈতিক এক্টিভিষ্টসকলে এই ফটোৱাটোক গৰিহণা দি কৈছে যে ই দুৰ্ভাগ্যজনক।

সাংবাদিক মাচিহ আলিনেজাদে টুইটাৰত ক্ষোভ প্ৰকাশ কৰি কয়- ‘‘এইটো হাস্যকৰ বিষয় নহয়! ইৰাণৰ ৰাষ্ট্ৰপ্ৰধানজনে ঘোষণা কৰিছে যে আনকি এনিমেচন ছৱিতো নাৰীয়ে হিজাৱ পৰিধান কৰা উচিত। আনকি হয়তো মাইকী পোক পৰুৱাসমূহেও হিজাৱ পিন্ধা উচিত!’’

ইচলামিক আইন অনুযায়ী ইৰাণৰ চিনেমা ইণ্ডাষ্ট্ৰিয়েও শাসকপক্ষৰ পৰা চেঞ্চৰশ্বিপৰ সম্মুখিন হৈ আহিছে। নাৰী আৰু পুৰুষক চিনেমাত আন্তৰিকভাৱে প্ৰদৰ্শন কৰাটোও শাসকপক্ষৰ মতে অনৈতিক।

উল্লেখযোগ্য যে ১৯৭৯ চনত সংঘটিত হোৱা ইৰাণৰ ইচলামিক বিপ্লৱৰ পাছতে মহিলাই মূৰ-ডিঙি আৰু চুলি ঢাকি বোৰ্খা পিন্ধাটো বাধ্যতামূলক কৰা হৈছিল।

Recent News

broilers seized in Srirampur

নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ! শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ

Indore Temple Floor Collaps

ইন্দোৰত ভয়াৱহ দুৰ্ঘটনা: মন্দিৰৰ পুখুৰীত পৰি ১২ গৰাকীৰ মৃত্যু

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd