• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টী-২০ বিশ্বকাপত চাৰি অভাৰত কোনো ৰান নিদি ল’লে ৩ উইকেট; ইতিহাস ৰচিলে ফাৰ্গুচনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 10:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত টী-২০ বিশ্বকাপত সৃষ্টি হ’ল এক অনন্য বিশ্ব অভিলেখ। নিউজিলেণ্ডৰ পেচ বলাৰ লকি ফাৰ্গুচনে অবিশ্বাস্য বলিঙৰ জৰিয়তে ইতিহাস ৰচিলে। নিউজিলেণ্ড আৰু পাপুয়া নিউগিনিৰ মাজত অনুষ্ঠিত হোৱা নিয়মৰক্ষাৰ মেচখনত তেওঁ এই অভিলেখ গঢ়িলে। চাৰি অভাৰত চাৰিওটাই মেডেন ল’লে ফাৰ্গুচনে। তাৰ লগতে দখল কৰিলে তিনিটা উইকেট।

ইয়াৰ পূৰ্বে ২০২১ চনৰ ১৪ নৱেম্বৰত কানাডাৰ ছাদ বিন জাফাৰে পানামাৰ বিৰুদ্ধে ৪ অভাৰ বলিং কৰি ৪ মেডেন পাইছিল। এইটোৱেই আছিল টী-২০ আন্তৰ্জাতিকত এতিয়ালৈকে সৰ্বাধিক ডট বলৰ অভিলেখ। সোমবাৰে (১৭ জুন) নতুন অভিলেখ গঢ়িলে লকি ফাৰ্গুচনে।

কিন্তু ফাৰ্গুচনে খেলপথাৰত প্ৰৱেশ কৰাৰ পূৰ্বে বাংলাদেশৰ পেচাৰ তাঞ্জিম হাছান ছাকিবে সোমবাৰে পুৱাই বিশ্বকাপত সৰ্বাধিক ডট বলৰ অভিলেখ গঢ়িছিল। নেপালৰ বিৰুদ্ধে তেওঁ ২১টা ডট বল কৰে। সেই অভিলেখ ২৪ ঘণ্টাও টিকি নাথাকিল। পাপুয়া নিউগিনিৰ বিৰুদ্ধে ফাৰ্গুচনে নতুন অভিলেখ গঢ়ি তুলিলে।

লগতে পঢ়কঃ Euro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী

এই দিনটোত পাপুয়া নিউগিনিৰ বেটছমেনে ফাৰ্গুচনৰ বিৰুদ্ধে খেলিবই নোৱাৰিলে। লকিয়ে নিজৰ স্বপ্নৰ স্পেলটোত তিনিটা উইকেট দখল কৰে। আছাদ ভালা, চাৰ্লছ আমিনি আৰু ছ’পাৰৰ উইকেট দখল কৰে কিউই বলাৰজনে। পঞ্চম অভাৰত তেওঁৰ হাতত বল তুলি দিয়া হৈছিল।

প্ৰথম বলটোতে লকি ফাৰ্গুচনে এটা উইকেট লাভ কৰে। ডেৰিল মিচেলৰ হাতত শ্লিপত ধৰা পৰে আছাদ ভালা। পৰৱৰ্তী অভাৰত ফাৰ্গুচনে অহৰহ লাইন আৰু লেংথ সলনি কৰি পাপুয়া নিউগিনিৰ বেটছমেনসকলক বিভ্ৰান্ত কৰি ৰাখিছিল। চাৰ্লছ আমিনি লকিৰ দ্বাৰা এলবিডব্লিউ হয়। তেওঁ ছ’পাৰক বল্ড কৰিছিল। লকিয়ে এক অসাধাৰণ কৃতিত্ব অৰ্জন কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd