• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Euro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 8:14 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সে ইউৰো ২০২৪ৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে জয়ৰে অভিযান আৰম্ভ কৰাৰ পিছতো ফ্ৰান্সৰ বাবে আৰম্ভণি ভাল নাছিল। অষ্ট্ৰিয়াৰ বিৰুদ্ধে ফ্ৰান্সৰ ফুটবলাৰসকলে গোটেই ৯০ মিনিট খেলিও গ’ল দিব নোৱাৰিলে। খেলখনত বিজয়সূচক একমাত্ৰ গ’লটোও অষ্ট্ৰিয়াৰ আত্মঘাতী গ’লহে আছিল।

অষ্ট্ৰিয়াৰ ডিফেণ্ডাৰ মেক্সিমিলিয়ান ওবেৰে নিজৰ নেটত বলটো সোমাই দিয়াৰ লগে লগে ফ্ৰান্সে ১-০ গ’লত আগবাঢ়ি যায়। শেষত খেলখনত জয়ী হৈ ফ্ৰান্সে খেলপথাৰ এৰে। তাৰ মাজতে নাক ভাঙি গ’ল কিলিয়ান এমবাপেৰ।

খিতাপ জয়ৰ লক্ষ্যৰে এইবাৰৰ ইউৰোত প্ৰৱেশ কৰিছে ফ্ৰান্সে। এমবাপে, গ্ৰীজমেন, কণ্টেৰ দলটোৱে দেখিলে যিকোনো প্ৰতিদ্বন্দ্বীক শংকিত কৰিব। অৱশ্যে অষ্ট্ৰিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত ফৰাচী দলটোৱে গ’ল দিব নোৱাৰিলে। ভাগ্যৰ বাবেই এই মেচখনত জয়লাভ কৰে।

Apply Now

লগতে পঢ়কঃ দেশবাসীৰ ৰোষত পৰাৰ ভয়ত আতংকিত নেকি বাবৰ আজম! পাকিস্তানলৈ অহাৰ পৰিৱৰ্তে ছুটী উপভোগৰ বাবে ইংলেণ্ডমুখী পাক তাৰকাজন

এইবাৰৰ ইউৰোৰ প্ৰথমখন খেলত সোমবাৰে জাৰ্মানীৰ ডাচেলডৰ্ফত ফ্ৰান্সে অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিছিল। য’ত দলটোৱে ১-০ গ’লত জয়লাভ কৰে। পাৰ্থক্যৰ সৃষ্টি কৰা একমাত্ৰ গ’লটো আছিল আত্মঘাতী গ’ল। সকাহৰ জয়ৰ পিছতো ফ্ৰান্সে ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কিলিয়ান এমবাপে। খেলখনৰ শেষৰ ফালে অষ্ট্ৰিয়াৰ কেভিন ডান্সোৰ সৈতে সংঘৰ্ষত নাক ভাঙি যায় এমবাপেৰ। নাকৰ পৰা তেজ ওলাই থকাৰ মাজতে খেলপথাৰ এৰি যায়।

কিন্তু তাৰ আগতে ফ্ৰান্সে বিজয়ী গ’লটো পাইছিল। এই গ’লটো এমবাপেৰ সৌজন্যতে আহিছিল। খেলখনৰ ৩৮ মিনিটত অষ্ট্ৰিয়াৰ চেণ্টাৰ বেক মেক্সিমিলিয়ান ওবেৰে এমবাপেৰ শ্বট ৰক্ষা কৰিবলৈ গৈ নিজৰ নেটত আত্মঘাতী গ’ল দিয়ে। ইয়াৰ পিছতে খেলখনৰ ৫৪ মিনিটত এমবাপেৰ দলে ব্যৱধান দুগুণ কৰাৰ সুযোগ লাভ কৰিছিল। বক্সত গ’লৰক্ষকক অকলে পাইও সুযোগ লব নোৱাৰিলে এমবাপেই, অবিশ্বাস্যভাৱে লক্ষ্যভ্ৰষ্ট শ্বট মাৰে।

🚨🇫🇷 Kylian Mbappé has just left the hospital after it was confirmed that he broke his nose.

Mbappé will not undergo surgery despite initial indications, waiting to decide how to manage him for upcoming two games. pic.twitter.com/Fhbhft1OAO

— Fabrizio Romano (@FabrizioRomano) June 17, 2024

ইফালে অষ্ট্ৰিয়াই সমানে যুঁজ দিলে। শেষ মুহূৰ্তলৈকে তেওঁলোকে সমতা স্থাপনৰ সুযোগ ধৰি ৰাখিছিল। ফ্ৰান্সৰ ৰক্ষণ বিভাগ বাৰে বাৰে কঁপি গৈছিল। কিন্তু শেষত অষ্ট্ৰিয়াই গ’ল নাপালে। ইফালে, এমবাপে আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত তেওঁৰ ঠাইত অলিভিয়াৰ জিৰ’ডে খেলিছিল। ৩৭ বছৰ আৰু ২৬১ দিন বয়সীয়া জিৰ’ডে ইউৰোত ফ্ৰান্সৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে অভিলেখ গঢ়ে।

কিন্তু তেওঁ অভিজ্ঞতাক মূল্য দিব নোৱাৰিলে, অলিভিয়াৰ জিৰ’ডে কেইবাটাও সুযোগ হেৰুৱাই পেলায়। অষ্ট্ৰিয়াৰ বিৰুদ্ধে জয়লাভ কৰি ফ্ৰান্সৰ প্ৰশিক্ষক হিচাপে ডিডিয়েৰ ডেশ্বাম্পছৰ এয়া ১০০ সংখ্যক জয়। যদিও তেওঁলোকে বৰ ভাল খেলিব পৰা নাছিল, তথাপিও তেওঁলোকে ৩ পইণ্টেৰে ইউৰোৰ আৰম্ভণি কৰিছে, যিটো ফ্ৰান্সৰ বাবে সকাহ যেনেই লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd