• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ফেৰী-জাহাজ সেৱাত “সৰ্বাত্মক বন্ধ”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 20, 2019 10:18 pm
Ferry service to remain shut in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম অভ্যন্তৰীণ জল পৰিবহণ শ্ৰমিক সংঘই অহা ২৮ নৱেম্বৰৰ পৰা ৪৮ ঘণ্টাৰ বাবে  ফেৰী-জাহাজ সেৱাত “সৰ্বাত্মক বন্ধ” ঘোষণা কৰিছে।

সেইদিনা পুৱা ৫ বজাৰ পৰা ৩০ নৱেম্বৰৰ পুৱা ৫ বজালৈকে ফেৰী সেৱা বন্ধ থাকিব, নৰ্থইষ্ট নাওক এই কথা জানিবলৈ দিছে সংঘৰ সাধাৰণ সম্পাদক অৰূপ বৈশ্যই।

Apply Now

মূলতঃ ৬টা দাবীৰে শ্ৰমিক সংঘই ৰূপায়ণ কৰিব ‘সৰ্বাত্মক বন্ধ’ কাৰ্য্যসূচী। দাবীসমূহ তলত উল্লেখ কৰা হ’ল।

  • ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহত ফেৰী সেৱা আৰু বাণিজ্যিক সেৱাক গতিশীলতা প্ৰদানৰ বাবে নতুন জাহাজ, বাৰ্জ আৰু মালবাহী টাগ বিভাগীয়ভাৱে নিৰ্মাণ কৰা।
  • বিভিন্ন স্তৰৰ বিভাগত খালীহৈ থকা পদসমূহ পদোন্নতি আৰু নতুন নিযুক্তিৰে অতি শীঘ্ৰে জাহাজ চলাচলৰ নিৰাপদ ব্যৱস্থা গঢ়ি তোলা।
  • জাহাজ চলাচলৰ সময় নৌ পৰিবহণৰ নিয়ম অনুযায়ী নিৰ্ধাৰণ কৰা আৰু বিভাগত অতিশীঘ্ৰে এজন নৌ প্ৰযুক্তিবিদক স্থায়ী সঞ্চালক হিচাপে নিযুক্তি।
  • ৰাজ্য চৰকাৰে বিভাগটো জল পৰিবহণ উন্নয়ন সমাজ আৰু জল পৰিবহণ ৰেগুলেটৰি অথৰিটিৰ অধীনলৈ নিয়াৰ চৰকাৰী পদক্ষেপৰ শ্ৰমিক সংঘই বিৰোধিতা কৰিছে।
  • বিভাগত অবৈধভাৱে পাৰঘাটসমূহত চলি থকা বোটসমূহ বন্ধ কৰি অতিশীঘ্ৰে বিভাগীয়ভাৱে চলাচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা।
  • বিভাগৰ একমাত্ৰ উত্তৰ-পূব ভাৰতৰ নাৱিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ খালী হৈ থকা দুজন প্ৰশিক্ষক আৰু প্ৰশিক্ষণ অধীক্ষক পদটোত নিয়োগ কৰি অতি শীঘ্ৰে কেন্দ্ৰটো পুনঃ প্ৰচলন কৰা।

ইপিনে, সংঘই আহ্বান জনোৱা এই বন্ধ ঘোষণাৰ পাছতে ফেৰী, নাও, জাহাজেৰে অহা-যোৱা কৰা যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

বিশেষকৈ গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী তথা উমানন্দ সংযোগী ফেৰী সেৱা যদি ৪৮ ঘন্টা ধৰি বন্ধ হৈ থাকে তেন্তে ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰী, ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd