• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভয়ংকৰ! নিজকে দেশপ্ৰেমী বুলি জাহিৰ কৰা RSS নেতাৰ ঘৰত উদ্ধাৰ ৭৭০ কি:গ্ৰা বিস্ফোৰক সামগ্ৰী!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 31, 2024 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোক সভা নিৰ্বাচনৰ পূৰ্বে কেৰালাৰ স্থানীয় আৰ এছ এছ নেতাৰ ঘৰৰ পৰা  জব্দ কৰা হৈছে ৭৭০ কিলোগ্ৰামতকৈ অধিক বিস্ফোৰক সামগ্ৰী।

শেহতীয়াকৈ কেৰালা আৰক্ষীয়ে কান্নুৰ জিলাৰ পয়িলুৰত স্থানীয় আৰ এছ এছৰ এজন নেতা আৰু তেওঁৰ আত্মীয়ৰ বাসগৃহৰ পৰা ৭৭০ কেজি বিস্ফোৰক সামগ্ৰীৰ যথেষ্ট পৰিমাণৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে। 

Apply Now

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSS ৰ স্থানীয় নেতা বদকায়ল প্ৰমোদ আৰু তেওঁৰ আত্মীয় বাদকায়ল শান্তৰ ঘৰত উদ্ধাৰ কৰে এইসমূহ বিস্ফোৰক সামগ্ৰী। বৰ্তমান পলাতক অৱস্থাত আছে প্ৰমোদ। 

কোলাভাল্লুৰি আৰক্ষীয়ে জনোৱা মতে, ‘কোলাভাল্লুৰ আৰক্ষী পৰিদৰ্শক সুমিত কুমাৰ আৰু উপ-পৰিদৰ্শক ছবিনৰ নেতৃত্বত চলা এই অভিযান গোপনীয় তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছিল, যাৰ ফলত উল্লেখযোগ্য বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে। কুলাভাল্লোৰি আৰক্ষীয়ে জনায় যে প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে বিস্ফোৰকসমূহ অবৈধ বিতৰণৰ উদ্দেশ্যে আছিল আৰু সেই ফলস্বৰূপে  আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

 বৰ্তমান এই কাণ্ডৰ সৈতে জড়িত দুটা গোচৰ পঞ্জীয়ন কৰিছে। এই উদ্বেগজনক পৰিস্থিতিৰ মাজতে অঞ্চলটোৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা বৃদ্ধি কৰিছে আৰক্ষীয়ে।বিশেষকৈ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এনে যথেষ্ট পৰিমাণৰ বিস্ফোৰক জব্দই এতিয়া স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।  

বিগত বছৰ কান্নুৰৰ এৰঞ্জোলিপালামৰ সমীপত বোমা নিৰ্মাণৰ সময়ত বিস্ফোৰণ ঘটি আৰ এছ এছৰ সৈতে জড়িত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাত RSS ৰ বিষ্ণু নামৰ এজন লোকৰ হাতৰ তলুৱা ছিন্নভিন্ন হৈ সিঁচৰতি হৈ পৰিছিল। বিষ্ণুৰ ঘৰৰ সমীপৰ এখন পথাৰত বিস্ফোৰণ সংঘটিত হয় বিষ্ণু বোমা নিৰ্মাণৰ প্ৰক্ৰিয়াত থকা অৱস্থাত। অৱশ্যে বর্ত ভাৰতীৰ সৈতে ফোন কলৰ জৰিয়তে হোৱা কথা-বতৰাত কোলাৱল্লুৰৰ এছ এইচ অ’ই কয় যে উদ্ধাৰৰ খবৰ সঁচা হ’লেও তেওঁ লগতে কয় যে উগাদী উৎসৱৰ সময়ত বিস্ফোৰকসমূহ ফটকাৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল৷

তেওঁ লগতে কয় যে প্ৰমোদক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰমোদ আৰ এছ এছৰ সৈতে জড়িত আৰু তেওঁলোকৰ অন্যতম স্থানীয় নেতা বুলিও নিশ্চিত কৰে এছ এইচ অ’ই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd