DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না আতংক: ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফাৰ ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ স্থগিত

ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপৰ খেল গুৱাহাটীতো অনুষ্ঠিত হোৱাৰ কথা আছিল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 10:34 am
fifa_2_766_1585969489_618x347 new
7.2k
VIEWS
Share on FacebookShare on Twitter

COVID-19 মহামাৰীৰ বাবে অহা নৱেম্বৰত ভাৰতত হ’বলগীয়া ফিফাৰ ১৭ অনুৰ্দ্ধৰ বিশ্বকাপ স্থগিত কৰি দিয়া হৈছে।

এই প্ৰতিযোগিতাখন এই বছৰ ভাৰত অহা ২ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল।

ফিফাই কয় যে পৰৱৰ্তী সময়ত নতুন তাৰিখৰ কথা ঘোষণা কৰা হ’ব।

ফিফা-কনফেডাৰেশ্যন ৱৰ্কিং গ্ৰুপে ফিফাৰ ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ফিফা কাউন্সিলে COVID-19 মহামাৰী চলি থকাৰ মাজতে ইয়াৰ গঠন কৰিছিল।

ফিফা ৱৰ্কিং গ্ৰুপে অহা আগষ্ট-ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২০ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ পানামা/কষ্টাৰিকা ২০২০’য়ো স্থগিত কৰিছে। ইয়াৰ লগতে ভাৰতত নৱেম্বৰত হ’বলগীয়া ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপো স্থগিত কৰে।

প্ৰতিযোগিতাখনৰ বাবে এতিয়াও কেইমাহ বাকী আছে যদিও বিশ্বজোৰা স্বাস্থ্য সংকটৰ বাবে এতিয়ালৈ কেইখনমানহে কোৱালিফাইং মেচ হ’ব পাৰিছে।

ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ ২ৰ পৰা ২১ নৱেম্বৰলৈকে কলকাতা, গুৱাহাটী, ভুৱনেশ্বৰ, আহমেদাবাদ আৰু নবী মুম্বাইকে ধৰি পাঁচখন চহৰত আয়োজন কৰা হৈছিল।

প্ৰতিযোগিতাখনত ১৬টা দলে অংশ গ্ৰহণ কৰাৰ কথা আছিল। প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটোৱে প্ৰথমতেই কোৱালিফাই কৰিছে।

উল্লেখ্য যে ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ প্ৰথমবাৰৰ বাবে ভাৰতত আয়োজন কৰা হৈছিল।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd