DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰততেই হ’ব মহিলাৰ ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ; নতুন সময়সূচী ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 8:44 pm
fifa-women-1140x570

ফিফা মহিলা বিশ্বকাপ

438
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ভিড-১৯ৰ বাবে স্থগিত কৰা মহিলাৰ অনূৰ্ধ্ব-১৭ ফিফা বিশ্বকাপ এতিয়া অহা বথৰ ১৭ ফেব্ৰুৱাৰিৰ পৰা ভাৰততে অনুষ্ঠিত হ’ব।

ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবে সকলো ধৰণৰ স্প’ৰ্টছ টুৰ্ণামেণ্ট বন্ধ হৈ থকাৰ সময়তে আজি ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই এই ঘোষণা কৰে।

উল্লেখ্য যে মহিলাৰ এই টুৰ্ণামেণ্টখন চলিত বছৰৰ ২ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে এই টুৰ্ণামেণ্টখন সাময়িকভাৱে স্থগিত কৰি দিয়া হয়।

নতুন দিন ঘোষণা সন্দৰ্ভত ফিফাই কয়, ‍‘ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো দিশ পৰ্যালোচনা কৰি নতুন সময়সূচী ঘোষণা কৰিছো’।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ ১৬ খন দেশে অংশ গ্ৰহণ কৰিব।

বিশ্বকাপৰ মেচ সমূহ ভাৰতৰ পাঁচখন ঠাইত আয়োজন কৰা হৈছে। এই পাঁচখন চহৰ হ’ল- আহমেদাবাদ, ভুৱনেশ্বৰ, গুৱাহাটী, কলকাতা আৰু নবী মুম্বাই।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd