• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুম্বনৰ দৃশ্যৰ বাবে বিপদত ‘ফাইটাৰ’! বায়ুসেনাৰ বিষয়াই জাৰি কৰিলে জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2024 8:21 pm
Fighter
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃতিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত বলীউদৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘ফাইটাৰ’- এ সম্প্ৰতি ছবিগৃ্হত দৰ্শকৰ আকাংক্ষিত সফলতা লাভ কৰিছে। বাণিজ্যিকভাৱে এক কথাত সফল হৈছে ছবিখন।

পিছে তাৰ মাজতে ছবিখনে এক আইনী সমস্যাৰো সন্মুখীন হৈছে। ‘ফাইটাৰ’ৰ দুই মূল চৰিত্ৰ হৃতিক ৰোশন আৰু দীপিকা পাডুকনক এটা দৃশ্যত দেখা গৈছিল ওঁঠত ওঁঠ থৈ চুম্বনৰত অৱস্থাত।

Apply Now

এই দৃশ্যটোৰ বাবে ‘ফাইটাৰ’- এ এক আইনী জাননী লাভ কৰিছে। অসমৰ বায়ুসেনাৰ বিষয়া সৌম্য দীপ দাসে ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে এই জাননী জাৰি কৰি কৰিছে।

বিষয়াগৰাকীয়ে উক্ত চুম্বনৰ দৃশ্যটোৱে ভাৰতীয় বায়ুসেনাক অপমান কৰা বুলি দাবী কৰি আইনী জাননী কৰিছে। জাননীখনত কোৱা হৈছে, “বায়ুসেনাৰ ইউনিফৰ্ম কেৱল কাপোৰৰ টুকুৰা নহয়।”

“এই ইউনিফৰ্মযোৰ কৰ্তব্য, ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ এক শক্তিশালী প্ৰতীক। ই আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে ত্যাগ, অনুশাসন আৰু অটল সমৰ্পণৰ সৰ্বোচ্চ আদৰ্শক মূৰ্ত কৰি তুলিছে।”- এইদৰে উল্লেখ কৰা হৈছে জাননীখনত।

ব্যক্তিগত ৰোমান্টিক সম্পৰ্কৰ প্ৰচাৰ কৰা এটা দৃশ্যৰ বাবে এই পৱিত্ৰ প্ৰতীক ব্যৱহাৰ কৰি ফাইটাৰে ইউনিফৰ্মযোৰৰ অন্তৰ্নিহিত মৰ্যাদাক সম্পূৰ্ণৰূপে ভুলকৈ উপস্থাপন কৰে আৰু দেশৰ সেৱাত নিয়োজিত অগণন বিষয়াই কৰা গভীৰ ত্যাগক অপমান কৰে বুলি জাননীখনত দাবী কৰা হৈছে।

উল্লেখ্য যে, ২০১৯ চনৰ পুলৱামা আক্ৰমণ, ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণ, আৰু ২০১৯ চনৰ ভাৰত-পাকিস্তান সীমান্তৰ সংঘৰ্ষৰ কথা ফাইটাৰত। ছবিখন পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দে।

হৃতিক-দীপিকাৰ লগতে ফাইটাৰত অনিল কাপুৰ, কৰণ সিং গ্ৰোভাৰকো দুটা মুখ্য চৰিত্ৰত দেখ গৈছে। যোৱা ২৫ জানুৱাৰীত মুক্তি পোৱা ফাইটাৰে বিশ্বজুৰি ৩৫০ কোটি টকা সংগ্ৰহৰ দিশত আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd