• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰত-ম্যানমাৰ সীমান্তত ভয়ংকৰ আক্ৰমণ : সংঘৰ্ষত নিহত আছাম ৰাইফলছৰ ৩ গৰাকী জোৱান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 1:52 pm

1 min read

militants-nbt

প্ৰতিকী ফ'টো

408
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে আছাম ৰাইফলছৰ তিনিজন জোৱান।

খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা মণিপুৰ চান্দেল জিলাৰ ম্যানমাৰ সীমান্ত সংঘটিত হৈছে এই সংঘৰ্ষ।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা ম্যানমাৰ সীমান্তৰ চান্দেল জিলাৰ এক দুৰ্গম এলেকাত গোপন সূত্ৰৰ পম খেদি ৪ নম্বৰ আছাম ৰাইফছৰ এটা দলে উগ্ৰপন্থীৰ সন্ধানত তালাচী চলাবলৈ যায়।

তালাচী চলাবলৈ যোৱাৰ পথতে হঠাতে পূৰ্বৰে পৰা খাপ পিটি ৰৈ থকা উগ্ৰপন্থীৰ এটা দলে প্ৰথমে আই ডি বিস্ফোৰণ ঘটায়।

আই ডি বিস্ফোৰণৰ পিছতে উগ্ৰপন্থী দলটোৱে আছাম ৰাইফলছৰ দলটোলৈ গুলী বৰ্ষণ কৰিবলৈ ধৰে।

উগ্ৰপন্থীৰ এই আক্ৰমণত আছাম ৰাইফলছৰ তিনিজন জোৱান নিহত হোৱাৰ লগতে অন্য ৪ জন জোৱান আহত হৈছে।

আছাম ৰাইফলছৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দলটো মণিপুৰৰ পিপলছ লিবাৰেশ্যন আৰ্মি(PLA) নামৰ উগ্ৰপন্থী সংগঠনটোৰ সদস্য বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনৰ সূত্ৰৰ মতে আহত জোৱান চাৰিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান সংঘৰ্ষ হোৱাৰ সমগ্ৰ অঞ্চলজুৰি আছাম ৰাইফলছে উগ্ৰপন্থীৰ সদস্যৰ সন্ধানত অভিযান চলাইছে বুলি জানিব পৰা গৈছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd