DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘গ্ল’বেল আইকন এৱাৰ্ডে’ৰে সন্মানিত কৰা হ’ব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰীমা দাসক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2019 8:24 am
Rima

ৰীমা দাস। ফটো : ৰীমা দাসৰ ফেচবুকৰ পেজৰ সৌজন্যত

983
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক ৰীমা দাসক প্ৰাগ চিনে এৱাৰ্ডছত এই বছৰ ‘গ্ল’বেল আইকন এৱাৰ্ডে’ৰে সন্মানিত কৰা হ’ব।

‘ভিলেজ ৰকষ্টাৰ’ খ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ ছবিখনেও চলিত বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ডছৰ দশম সংস্কৰণত বিভিন্ন শিতানত মনোনয়ন লাভ কৰিছে।

এই বৰ্ষৰ বাবে ‘বুলবুল কেন ছিং’ মনোনয়ন লাভ কৰা শিতানসমূহৰ ভিতৰত আছে-চিত্ৰনাট্য, চিনেমাটোগ্ৰাফী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী(অৰ্ণালী দাস) আৰু শ্ৰেষ্ঠ অভিনেতা (মনোৰঞ্জন দাস)।

মনোনয়ন আৰু এৱাৰ্ড সন্দৰ্ভত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে তেওঁৰ ফেচবুকত লিখিছে : ‘’আমি একেৰাহে তৃতীয়বাৰৰ বাবে আমাৰ তৃতীয়খন ছবি ‘বুলবুল কেন ছিং’ৰ সৈতে প্ৰাগ চিনে এৱাৰ্ডলৈ উভতি আহিছো। ‘গ্ল’বেল আইকন এৱাৰ্ড’ গ্ৰহণ কৰিবৰ বাবে মি আনন্দিত হৈ পৰিছো। বিভিন্ন শিতানত মনোনয়ন লাভ কৰা চিত্ৰনাট্য, চিনেমাটোগ্ৰাফী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী(অৰ্ণালী দাস) আৰু শ্ৰেষ্ঠ অভিনেতা (মনোৰঞ্জন দাস)ৰ বাবেও আগ্ৰহী হৈ পৰিছো। আয়োজকসকলক বহুত ধন্যবাদ।‘’

‘’বুলবুল কেন ছিং’’ অসমৰ এখন গাঁওত বাস কৰা এগৰাকী কিশোৰীৰ কাহিনী। জাপানত অনুষ্ঠিত ‘ওছাকা এছিয়ান ফিল্ম ফেষ্টিভেলত’ ছবিখন পুৰস্কৃত হৈছিল।

আনহাতে, অলপতে বিশ্বৰ অতি পৰিচিত তথা বিখ্যাত কাঁন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি ৰীমা দাসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

‘ভিলেজ ৰকষ্টাৰ্ছ’ আৰু ‘বুলবুল কেন ছিং’ ছবি দুখনেৰে আন্তৰ্জাতিক পৰ্যায়ত সুখ্যাতি লাভ কৰা ৰীমা দাসে মহোৎসৱখনত বিভিন্ন আলোচনা অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা ‘ভাৰতীয় পেভিলিয়ন’ত দেশৰ চলচ্চিত্ৰ সম্পৰ্কত তেওঁ জুৰীৰ বিচাৰকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানতো ভাগ লৈছিল।

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd