• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্তিম ইচ্ছা পূৰ্ণ হ’ল গাজাৰ সাংবাদিক ফাতিমা হাছুনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2025 1:33 pm
302
VIEWS
Share on FacebookShare on Twitter

গাজাৰ সাংবাদিক ফাতিমা হাছুনে অন্তিম ইচ্ছাৰ কথা ব্যক্ত কৰি কৈছিল যে তেওঁ এনেকুৱা এটা মৃত্যু বিচাৰে যিয়ে বিশ্বক জোকাৰি যায়। কিছু মাহ পূৰ্বে ছ’চিয়েল মিডিয়াত এই দৰে শেষ ইচ্চাৰ কথা প্ৰকাশ কৰিছিল। সাহসী ২৫ বছৰীয়া ফাতিমাৰ এই ইচ্ছা বিয়াৰ এদিন পূৰ্বে, ১৬ এপ্ৰিল ইজৰাইলৰ বোমা বিস্ফোৰণত নিহত হোৱাৰ ফলত পূৰণ হ’ল। যুদ্ধৰ বিভিষীকাৰ মাজতো তেওঁ উত্তৰ গাজাত ইজৰাইল-হামাছ সংঘাতৰ দৃশ্য বিশ্বৰ আগত তুলি ধৰিছিল।

গাজাৰ কাহিনী বিশ্বৰ আগত পৰিচয় কৰোৱা সংগ্ৰামী ফাতিমাৰ মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে জানিবলৈ পাইছিল যে ফ্ৰান্সৰ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ জীৱনৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন হ’ব। তেওঁ বিগত কেইদিনমান ধৰি ইজৰাইলী সেনাৰ বোমা বিস্ফোৰণ, ধ্বংসপ্ৰাপ্ত ঘৰৰ ধ্বংসাৱশেষ আৰু ১০ জন আত্মীয়ৰ মৃত্যুৰ দৃশ্য কেমেৰাত তুলি ধৰিছিল। মৃত্যুৰ ভয় সত্ত্বেও তেওঁ নিজৰ আৰু গাজাৰ মানুহৰ কাহিনী বিশ্বৰ আগত উন্মোচন কৰিবলৈ অটল আছিল। তেওঁৰ কামে ইজৰাইলৰ গাজাত চলি থকা নিৰ্যাতনৰ সাক্ষ্য প্ৰকাশ কৰিছিল যি বিশ্বব্যাপী মানবাধিকাৰ কৰ্মীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছিল।

বুধবাৰে ইজৰাইলী সেনাই ফাতিমাৰ ঘৰক লক্ষ্য কৰি বোমা নিক্ষেপ  কৰাৰ ফলত তেওঁৰ ঘৰ নিমিষতে ধূলিত পৰিণত হ’ল। বিস্ফোৰণত ফাতিমাৰ গৰ্ভৱতী ভগ্নীসহ ১০ জন আত্মীয় নিহত হয়। ফাতিমাৰ মৃত্যুৰ খবৰে ফ্ৰান্সৰ চলচ্চিত্ৰ মহোৎসৱত দুখ প্ৰকাশ কৰি কয়, তেওঁৰ হাঁহিৰ দৰে জাদুকৰী আছিল তেওঁৰ দৃঢ়তা।

উল্লেখ্য যে বিগত মাৰ্চত ইজৰাইলে যুদ্ধবিৰতি চুক্তি ভংগ কৰি পুনৰ সংঘাত আৰম্ভ কৰিছিল, আৰু শুকুৰবাৰে গাজাত ৩০ জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ফাতিমাৰ শেষ ইচ্ছা সত্য হৈ উঠিলেও, তেওঁৰ মৃত্যুৱে বিশ্বক শোক আৰু উদ্বেগৰ মজলৈ থেলি দিছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd