• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত গভীৰ নিদ্ৰাৰ পৰা সাৰ পালে অসম সাহিত্য সভাই; যোগ দিলে ৰাজপথৰ আন্দোলনত

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
December 7, 2019 9:06 am
CAB-1-750x375

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমদল।

367
VIEWS
Share on FacebookShare on Twitter

 

অৱশেষত গভীৰ নিদ্ৰাৰ পৰা সাৰ পালে ৰাজ্যখনৰ জাতীয় জীৱনৰ পৰিচয় বহন কৰা অন্যতম সাহিত্যৰ অনুষ্ঠান অসম সাহিত্য সভাই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰা বুলি বহ সমালোচনাৰ সন্মুখীন হোৱা অসম সাহিত্য সভাই শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে।

সাহিত্য সভাৰ সদস্যসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত দুঘন্টীয়া  অৱস্থান ধৰ্মঘট পালন কৰে।

সভাই লগতে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

অসম সাহিত্য সভাই স্মাৰক পত্ৰখনত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে খিলঞ্জীয়া লোকসকলক নিজৰ ভূমিতে সংখ্যালঘুত পৰিণত কৰিব আৰু সেয়েহে বিধেয়কখন বাতিল কৰিব লাগে।

ইপিনে, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

ছাত্ৰসকলে লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোমোৱাল প্ৰতিকৃতিও দাহ কৰে।

আনহাতে, কংগ্ৰেছৰ সদস্যসকলে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাতিপুৱা ৮বজাৰ পৰা বিয়লি ৩ বজালৈ বিধেয়কখনৰ বিৰুদ্ধে অনশন কাৰ্যসূচী ৰূপায়ন কৰে।

ইপিনে, আছুৰ যোৰহাট গোটে আন সংগঠনৰ সৈতে লগ লাগি এক প্ৰতিবাদী সমদল উলিয়ায় আৰু উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে।

তদুপৰি, যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলেও বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই নিজৰ ৰাজ্যখনতে খিলঞ্জীয়া অসমীয়াক সংখ্যালঘু কৰি তোলাৰ কেন্দ্ৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান জনায়।

Recent News

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd