• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড পৰিস্থিতিৰ মাজতে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি বিত্তমন্ত্ৰী অজন্তা নেওগৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 4, 2021 6:33 am
Ajanta Neog

গোলাঘাটত বৃহস্পতিবাৰে বিত্তমন্ত্রী অজন্তা নেওগৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰিত্ব লাভ কৰাৰ পাছত বৃহস্পতিবাৰে প্ৰথমবাৰলৈ গৃহ সমষ্টি গোলাঘাটত উপস্থিত হ’য় ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী  অজন্তা নেওগ। উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে আৱৰ্ত্ত ভৱনত বিভিন্ন বিভাগৰ বিষয়-ববীয়া সকলৰ সৈতে জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ ওপৰত পৰ্যালোচনা কৰে।

ইয়াৰপিছতে মন্ত্ৰী গৰাকীয় সংবাদকৰ্মীসকলৰ লগত মত-বিনিময় কৰে। বিশেষকৈ বৰ্তমান সময়ত ক’ভিডসৃষ্ট পৰিস্থিতিক লৈ অধিক সৰ্তকতা অৱলম্বন কৰিবলৈ সকলোকে আহ্বান জনায়।

Apply Now

মন্ত্ৰীগৰাকীয়ে ৭০ খনকৈ চাহ বাগিচা থকা গোলাঘাটত প্ৰথম অৱস্থাত চাহ বাগিচাসমূহত ক’ভিডৰ সংক্ৰমণ অধিক হৈছিল যদিও যোৱা সপ্তাহৰ পৰা ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা বুলি উল্লেখ কৰে।

এই পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ গোলাঘাটৰ সকলো চাহ বাগিচাৰ পৰিচালকৰ সৈতে মন্ত্ৰী গৰাকীয়ে এলানি আলোচনাত মিলিত হৈছিল।

তদুপৰি, ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষকৈ ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত কোনো লোকে যাতে ব্যক্তিগত বাহন লৈ পৰীক্ষা কেন্দ্ৰলৈ নাহে তাৰবাবে সৰ্তক হ’বলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

যিহেতু কোনো এজন লোকে নিজৰ বাহনেৰে ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ আহিলে বা ব্যক্তিজন পজিটিভ হ’লে অন্য কোনো লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে এইক্ষেত্ৰতে  চৰকাৰী বাহন ব্যৱহাৰ কৰিবলৈ স্বাস্থ্য বিভাগক জাননী দিয়া বুলিও উল্লেখ কৰে। লগতে ক’ভিড কেন্দ্ৰ সমূহত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’য় সেইক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

ইপিনে ক’ভিড কেন্দ্ৰসমূহত অস্থায়ীভাৱে নিযুক্তি দিয়া কৰ্মচাৰীৰ বেতন বা স্থায়ী নিযুক্তি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী গৰাকীয়ে আগন্তুক সময়ত এই বিষয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ  লগত আলোচনা কৰা হ’ব বুলি দায় সৰা  মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে, ক’ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে চৰকাৰী এছঅ’পিয়ে ধাৰ্য কৰা ১০ হাজাৰকৈ টকা সময়ত নোপোৱা বুলি উঠা অভিযোগত মন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত তৎকালে আগতীয়াকৈ ধনৰাশি মুকলি কৰি দিয়াৰ নিৰ্দেশ জাৰি কৰে।

ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ সময়ত বিজেপি দলে যিখিনি প্ৰতিশ্ৰুতি  প্ৰদান কৰিছিল সেই সকলো প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰৰ যি সদিচ্ছা আছে সেই সকলোখিনি কৰি যাবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd